• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুলীবৰ্ষণেৰে প্রধান মন্ত্রীৰ আহ্বানক সহাঁৰি বিজেপি নেত্ৰীৰ; গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 3:01 pm
গুলী ফুটাই থকা অৱস্থাত বিজেপি নেত্ৰী মঞ্জু তিৱাৰী। ফটো ফে'চবুকৰ ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰিনশ্বট

গুলী ফুটাই থকা অৱস্থাত বিজেপি নেত্ৰী মঞ্জু তিৱাৰী। ফটো ফে'চবুকৰ ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰিনশ্বট

14.6k
VIEWS
Share on FacebookShare on Twitter

যি সময়ত সমগ্ৰ দেশৰ জনতাই প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ম’ম, চাকি জ্বলোৱাৰ লগতে ঘৰৰ লাইট বন্ধ কৰি ৰাখিছিল সেই সময়ত ৰিভ’লভাৰেৰে গুলী বৰ্ষণ কৰি বিতৰ্কত সোমাই পৰিছে উত্তৰ-প্ৰদেশৰ এগৰাকী বিজেপি নেত্ৰী।

মঞ্জু তিৱাৰী নামৰ উত্তৰ-প্ৰদেশৰ বলৰামপুৰৰ বিজেপি নেত্ৰী গৰাকীয়ে গুলী ফুটোৱাৰ উক্ত ভিডিঅ’ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

আনহাতে ভিডিঅ’টোক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত নেত্ৰী গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুলি বলৰামপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

মঞ্জু তিৱাৰী বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী।

ভিডিঅ’টোত তেওঁক আকাশলৈ টোঁৱাই গুলী ফুটোৱা দেখা যায় আৰু গুলী ফুটাৰ লগে লগে এজন লোকে আনন্দত কিৰিলি পৰা শুনা যায়।

নেত্ৰী গৰাকীৰ বিৰুদ্ধে Arms Act 1959ৰ ৩০ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ২৮৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

পিছত এটা ব্যক্তিগত  নিউজ চেনেলত নেত্ৰীগৰাকীয়ে ক্ষমা বিচাৰি কয় যে নিজৰ ‘অসাৱধানতা’ৰ বাবে নিশা ৯ বজাত চাকীৰ পোহৰ আৰু ফটকাৰ শব্দত নগৰখনত এক ‘দেৱালীৰ দৰে উৎসৱমুখ’ৰ পৰিৱেশে বিৰাজ কৰাত তেওঁ নিজকে ধৰি ৰাখিব নোৱাৰিলে।

‘মই যেতিয়া বাহিৰলৈ ওলাই আঁহো, গোটেই চহৰখনকে চাকী আৰু ম’মৰ পোহৰত জিলিকি থকা দেখোঁ। মোৰ এনে লাগিল যেন এইয়া দেৱালী হয়।‘ তিৱাৰীয়ে কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ৫ তাৰিখৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ ৰাখি চাকী বা মোবাইলৰ ফ্লেছ লাইট জ্বলাই COVID-19 বিৰোধী যুঁজৰ প্ৰতি ঐক্যবদ্ধতা দেখুৱাবলৈ আহ্বান জনাইছিল।

Tags: COVID-19

Recent News

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

অসম অনুসূচিত জাতি পৰিষদৰ উদ্যোগত নাজিৰাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

অসম অনুসূচিত জাতি পৰিষদৰ উদ্যোগত নাজিৰাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd