• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুলীবৰ্ষণেৰে প্রধান মন্ত্রীৰ আহ্বানক সহাঁৰি বিজেপি নেত্ৰীৰ; গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 3:01 pm
গুলী ফুটাই থকা অৱস্থাত বিজেপি নেত্ৰী মঞ্জু তিৱাৰী। ফটো ফে'চবুকৰ ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰিনশ্বট

গুলী ফুটাই থকা অৱস্থাত বিজেপি নেত্ৰী মঞ্জু তিৱাৰী। ফটো ফে'চবুকৰ ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰিনশ্বট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত সমগ্ৰ দেশৰ জনতাই প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ম’ম, চাকি জ্বলোৱাৰ লগতে ঘৰৰ লাইট বন্ধ কৰি ৰাখিছিল সেই সময়ত ৰিভ’লভাৰেৰে গুলী বৰ্ষণ কৰি বিতৰ্কত সোমাই পৰিছে উত্তৰ-প্ৰদেশৰ এগৰাকী বিজেপি নেত্ৰী।

মঞ্জু তিৱাৰী নামৰ উত্তৰ-প্ৰদেশৰ বলৰামপুৰৰ বিজেপি নেত্ৰী গৰাকীয়ে গুলী ফুটোৱাৰ উক্ত ভিডিঅ’ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

Apply Now

আনহাতে ভিডিঅ’টোক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত নেত্ৰী গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুলি বলৰামপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

মঞ্জু তিৱাৰী বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী।

ভিডিঅ’টোত তেওঁক আকাশলৈ টোঁৱাই গুলী ফুটোৱা দেখা যায় আৰু গুলী ফুটাৰ লগে লগে এজন লোকে আনন্দত কিৰিলি পৰা শুনা যায়।

নেত্ৰী গৰাকীৰ বিৰুদ্ধে Arms Act 1959ৰ ৩০ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ২৮৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

পিছত এটা ব্যক্তিগত  নিউজ চেনেলত নেত্ৰীগৰাকীয়ে ক্ষমা বিচাৰি কয় যে নিজৰ ‘অসাৱধানতা’ৰ বাবে নিশা ৯ বজাত চাকীৰ পোহৰ আৰু ফটকাৰ শব্দত নগৰখনত এক ‘দেৱালীৰ দৰে উৎসৱমুখ’ৰ পৰিৱেশে বিৰাজ কৰাত তেওঁ নিজকে ধৰি ৰাখিব নোৱাৰিলে।

‘মই যেতিয়া বাহিৰলৈ ওলাই আঁহো, গোটেই চহৰখনকে চাকী আৰু ম’মৰ পোহৰত জিলিকি থকা দেখোঁ। মোৰ এনে লাগিল যেন এইয়া দেৱালী হয়।‘ তিৱাৰীয়ে কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ৫ তাৰিখৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ ৰাখি চাকী বা মোবাইলৰ ফ্লেছ লাইট জ্বলাই COVID-19 বিৰোধী যুঁজৰ প্ৰতি ঐক্যবদ্ধতা দেখুৱাবলৈ আহ্বান জনাইছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd