• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা-বিৰোধী “অপপ্ৰচাৰ”ৰ বিৰুদ্ধে ৪ জানুৱাৰিৰ পৰা প্ৰচাৰ অভিযানত বিজেপি

অনুপ শৰ্মা by অনুপ শৰ্মা
January 2, 2020 5:10 pm
Ranjeet Das BJP to launch campaign against CAA misinformation

ৰঞ্জিত দাসৰ ফাইল ছবি।

767
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইন-বিৰোধী “অপপ্ৰচাৰ”ৰ বিৰুদ্ধে ৪ জানুৱাৰিৰ পৰা অসমজুৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিব।

দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে সেইদিনা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দলৰ সকলো কাৰ্য্যকৰ্তা উপস্থিত হ’ব আৰু প্ৰচাৰ অভিযানৰ আৰম্ভ কৰা হ’ব।

বিজেপি চৰকাৰ শাসনত থকালৈকে অসমত এজনো বিদেশী অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে বুলি দাবী কৰি দাসে কয়, কা-ক লৈ ৰাজ্যত অপপ্ৰচাৰ চলি আছে।

“গুজৱ উলিওৱা হৈছে যে কা-ৰ যোগেদি অসমত ১.৩ কোটি অবৈধ বিদেশী প্ৰৱেশ কৰিব। এনে গুজৱো চৰ্চিত হৈ আছে যে ৫৪ লাখ অবৈধ বিদেশী ভাৰত-বাংলা সীমান্তত প্ৰৱেশৰ বাবে ৰৈ আছে,” কা-ৰ সত্য অপপ্ৰচাৰে ঢাকি ৰখা বুলি উল্লেখ কৰি দাসে কয়।

“অপপ্ৰচাৰ”ৰ বিপৰীতে অসম বিজেপিৰ ৪২ লাখ কাৰ্য্যকৰ্তাই বিষয়টো ৰাইজৰ সন্মুখত পৰিস্কাৰ কৰি দিব, দাসে কয়।

লগতে পঢ়ক–  কা-বিৰোধী আন্দোলনত জেহাদী সোমাই থকাৰ দাবী ৰঞ্জিত দাসৰ

“অসম আৰু অসমীয়া মানুহৰ স্বাৰ্থত বিজেপিৰ ৪২ লাখ কাৰ্য্যকৰ্তা জীয়াই থকালৈকে কোনো আপোচ নহ’ব। বিজেপিয়ে ৰাজ্যখনৰ বাবে যি কৰিছে, কোনো লুকঢাক নোহোৱাকৈ কৰিছে আৰু ৰাজ্যখনৰ ক্ষতি হোৱা কোনো কাম ই কৰা নাই।”

বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছ আৰু প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক জগৰীয়া কৰি দাসে কয় যে তেওঁলোকেই গোটেই বিষয়টোত খেলিমেলি লগালে।

তেওঁ অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ঘৰলৈ গৈ পৰিয়ালক ক্ষমা খুজিবলৈ কংগ্ৰেছক দাবী জনায়।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd