• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কা’ বিৰোধী আন্দোলনত জেহাদী সোমাই থকাৰ দাবী ৰঞ্জিত দাসৰ, প্ৰমাণিত নহ’লে ত্যাগ কৰিব ৰাজনৈতিক জীৱন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 2, 2020 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য ‘জ্বলাই’ যোৱা কা’ বিৰোধী আন্দোলনৰ মাজত জেহাদীৰ ‘গোন্ধ’ পাইছে বিজেপিৰ ৰাজ্যিক সভাপতি সভাপতি ৰঞ্জিত দাসে। দাসৰ মতে জেহাদীয়ে দিচপুৰৰ জনতা ভৱন জ্বলাই দিয়া পৰিকল্পনা কৰিছিল।

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি দাসে তেওঁৰ কথা সত্য প্ৰমাণিত নহ’লে ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰে।

Apply Now

সাংবাদিকসকলক উদ্দেশ্যে তেওঁ কয়, ‘বেলতলাৰ পৰা হাতীগাঁওলৈকে যিমান খিলঞ্জীয়া লোক আছে প্ৰত্যেককে স্পাই কেমেৰাৰে শোধক তেতিয়া জনতা ভৱন জ্বলোৱাৰ পৰিকল্পনাৰ লগত কোন জড়িত আছিল গম পাব। যদি এই কামৰ লগত জেহাদী জড়িত নাই বুলি তেওঁলোকে কয় তেন্তে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। ‘

‘মই নিজেই ৪০০ ভিডিও ফুটেজ চালো। কেইবাগৰাকীয়েও পকেটত মেচ লৈ অহা দেখিবলৈ পাইছো। পকেটত মেচ লৈ আন্দোলন কৰা এইবাৰহে দেখিলো।‘ দাসে কয়।

আৰক্ষীয়ে ব্যৱস্থা নোলোৱা হ’লে জনতা ভৱন জ্বলাই দিলেহেঁতেন বুলি মন্তব্য কৰি তেওঁ কয় যে একেধৰণে বৰপেটাটো উপায়ুক্তৰ কাৰ্যালয় জ্বলাই দি এন আৰ চি ৰ নথি পত্ৰ জ্বলাই দিলেহেঁতেন।

আনহাতে চাবুৱা কাণ্ডত মাওবাদী আৰু কৃষক মুক্তি জড়িত থকা বুলি কয় সভাপতি গৰাকীয়ে।

‘পূৰ্বতে কোনেও বিধায়কৰ ঘৰ জ্বলাই প্ৰতিবাদ কৰা নাছিল। চাবুৱা কাণ্ডৰ লগত মাওবাদী আৰু কৃষক মুক্তিৰ সম্পৰ্ক আছে। কংগ্ৰেছো জড়িত আছে। আমি ৰাজ্য চৰকাৰক দাবী জনাইছো জড়িত দুস্কৃতিকাৰীক শাস্তি বিহিবলৈ।‘ তেওঁ কয়।

সংবাদমেলত প্ৰবজনকাৰীক এক ইঞ্চি মাটিও দিয়া নহয় বুলি উল্লেখ কৰি তেওঁ আৰু ‘খিলঞ্জীয়া ভূমি পুত্ৰৰ বাহিৰে কোনোবাই ভূমি বিচাৰি বিধানসভা মজিয়াত আত্মহত্যা কৰিলেও আমি মাটি নিদিওঁ।‘

‘আমি দিল্লীৰ বহতিয়া নহয়, অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যি কৰিব লাগে সেয়া সংবিধান সংশোধন কৰি হ’লেও কৰা হ’ব।‘ দাসৰ মন্তব্য।

অসমৰ বিদেশী সমস্যাৰ বাবে কংগ্ৰেছক দায়ী কৰি তেওঁ কয়, ‘ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনত চুক্তি কৰি অসমবাসীক প্ৰবঞ্ছনা কৰিলে। ‘৫১ৰ পৰা ‘৭১লৈকে অহা বিদেশীক আদৰি ল’লে। কংগ্ৰেছীসকলে ৮৫৫ গৰাকী চহিদৰ ঘৰলৈ গৈ খবৰ লওক, আজিলৈকে ঘৰলৈ গৈ খবৰ নল’লে।‘

অহা ’২১ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰি তেওঁ কয়, ‘৪২ লাখ কাৰ্যকৰ্তা যেতিয়ালৈ বাছি থাকিব তেতিয়ালৈকে অসমীয়া জাতি বাছি থাকিব।‘

ৰাজ্যৰ বিভিন্ন স্থানত মুখ্য মন্ত্ৰীকে ধৰি আন মন্ত্ৰী বিধায়কক ক’লা পতাকা দেখুওৱা প্ৰতিবাদকাৰীক উদ্দেশ্যি তেওঁ কয়, ক’লা পতকা দেখুৱাই দেখুৱাওক, সেইটো গণতান্ত্ৰিক অধিকাৰ। শান্তিপূৰ্ণভাৱে কৰবাত বহি ক’লা পতকা দেখুৱালে ভাল পাওঁ, কিন্তু গাড়ীৰ আগলৈ আহিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে আৰক্ষীয়ে বাধা দিয়ে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd