• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়েই জিকিব চৌবিশৰ লোকসভাত : ডিব্ৰুগড়ত অমিত শ্বাহৰ ভৱিষ্যতবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 7:58 pm
634
VIEWS
Share on FacebookShare on Twitter

আগুন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৩০০ৰো অধিক আসন লাভ কৰিব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হ’ব। ডিব্ৰুগড়ৰ এখন সভাত প্ৰদান কৰা ভাষণত এই কথা উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।

লগতে অসমৰ ১৪খন লোকসভাৰ আসনৰ ভিতৰত ১২খন আসন বিজেপিয়েই লাভ কৰিব বুলিও ভৱিষ্যদ্বাণী কৰে অমিত শ্বাহে।

ইয়াৰ উপৰিও শ্বাহে ভাৰতীয় জাতীয় কংগ্ৰেছক সমালোচনা কৰি কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পিছতো শেহতীয়াকৈ মেঘালয়, ত্ৰিপুৰা, আৰু নাগালেণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত দলটোৱে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

যুক্তৰাজ্য ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে কৰা বিতৰ্কিত মন্তব্যৰ কথাও উল্লেখ কৰি শ্বাহে সকীয়াই দিয়ে যে যদি গান্ধীয়ে ভুৱা বক্তব্যৰে দেশ আৰু চৰকাৰক বদনাম কৰি থাকে তেন্তে কংগ্ৰেছ দলটো সমগ্ৰ দেশৰ পৰা বগা–ধোৱাৰ দৰে নোহোৱা হ’ব।

আনহাতে অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত চলি থকা সীমা বিবাদ নিৰ্মূলৰ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহৰ লগত আলোচনা কৰি আছে বুলি জানিবলৈ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।

শ্বাহে লগতে কয় যে বডোলেণ্ড আৰু কাৰ্বি আংলং অঞ্চল বৰ্তমান শান্তিপূৰ্ণ। অসম ৰাজ্যখন এতিয়া আন্দোলন আৰু সন্ত্রাসবাদৰ সৈতে জড়িত নহয়।

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ৫৪৩খন আসনৰ ভিতৰত ৩৫৩খন আসন লাভ কৰি জয়লাভ কৰিছিল।

ইফালে, অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধানমন্ত্ৰীয নৰেন্দ্ৰ মোডীয়ে সৰুসজাই হ’বলগীয়া বিহুত বিশ্ব অভিলেখ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্বাহে এই অনুষ্ঠানৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যখন এতিয়া শান্তিৰ বাবে পৰিচিত, এতিয়া ৰাজ্য মানুহে আনন্দ আৰু শান্তিৰ মাজেৰে বিহু নাচিব পাৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd