• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপাৱলী উপলক্ষে গুৱাহাটী জিলা বিজেপি মহিলা মৰ্চাই বিলালে চাকি-মিঠাতেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 6, 2018 1:09 pm
f53a0dab-d3cb-4a66-ac0c-b190fdaa0ebd

গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ চাকি-মিঠাতেল বিতৰণ। ফটো : নৰ্থইষ্ট নাও

214
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্র দেশৰ লগতে অসমতো পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। এই উৎসৱ পালনৰ বাবে জনসাধাৰণে আজিৰ নিশাটো আলোকজ্জ্বল কৰি তুলিবলৈ মাটিৰ চাকিকে ধৰি বৈদ্যুতিক আলোকসজ্জাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে।

ইয়াৰ মাজতে দীপাৱলী উপলক্ষে আজি ৰাতিপুৱা ১১বজাৰ পৰা আৰম্ভ কৰি গুৱাহাটী জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ ৰাইজৰ মাজত মাটিৰ চাকি,মিঠাতেল আদি বিতৰণ কৰা হয়। চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাই থলুৱা মৃৎ শিল্পীসকলক উৎসাহ যোগাবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

তদুপৰি, এনে কাৰ্যৰ দ্বাৰা আনেও অসমৰ থলুৱা মৃৎশিল্পীসকলক সহায় কৰিবলৈ  পদক্ষেপ হাতত লোৱা বুলি গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধিয়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে।

আনহাতে, জনসাধাৰণে যাতে চীনা লাইট ব্যৱহাৰ নকৰে তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবেই এনেধৰণৰ পদক্ষেপ লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

বিজেপিৰ গুৱাহাটী মহিলা মৰ্চাই প্ৰত্যেককে ১০ গছি চাকি-বন্তি, এপেকেট মিঠাতেল বিতৰণ কৰে। তদুপৰি, আজি ৰাজ্যখনৰ সকলো জিলাতে বিজেপিৰ মহিলা মৰ্চাই চাকি বিতৰণ কাৰ্য্যসূচী লোৱা বুলি জানিব পৰা গৈছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd