• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুল গান্ধীৰ লণ্ডন ভাষণক লৈ পুনৰ উত্তাল সংসদ: ২ বজালৈ স্থগিত দুই সদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 1:33 pm
Parliament Budget Session
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ লণ্ডন ভাষণক কেন্দ্ৰ কৰি আজি পুনৰ বাদানুবাদেৰে উত্তপ্ত হৈ পৰে সংসদ। ইংলেণ্ড ভ্ৰমণৰ সময়ত গান্ধীয়ে ভাৰতৰ সাম্প্ৰতিক গণতান্ত্ৰিক ব্যৱস্থা সন্দৰ্ভত কৰা মন্তব্যক লৈ কালি দুই সদন উত্তাল হোৱাৰ পিছত সদনৰ কাম-কাজ স্থগিত ৰখাৰ পাছত আজিও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে।

আজি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে সংসদৰ এগৰাকী সদস্যই বহিঃদেশলৈ গৈ ভাৰতৰ গণতন্ত্ৰৰ বিৰুদ্ধে মন্তব্য কৰিলে সংসদে বহি চাই থাকিব নোৱাৰে।

গান্ধীৰ মন্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত হোৱা বাদানুবাদৰ পৰিণতিত আজি দ্বিতীয় দিনৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ ২ বজালৈ স্থগিত ৰখা হয়।

লণ্ডনত নিজ ভাষণত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰ বৰ্তমান আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যৰ জৰিয়তে তেওঁ দেশক লজ্জানত কৰাৰ অভিযোগ তুলি শাসকীয় বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীক ক্ষমা খুজিবলৈ দাবী জনাইছে।

লগতে গান্ধীৰ এই মন্তব্যক শাসক-বিৰোধী উভয় পক্ষৰে সাংসদসকলে গৰিহণা দিব লাগে বুলি বিজেপিয়ে সংসদত আহ্বান জনায়। বিজেপিৰ এই আক্ৰমণৰ বিপৰীতে কংগ্ৰেছে ‘গণতন্ত্ৰক চেপি ধৰাসকলে গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কৈছে’ বুলি শাসকীয় দলটোক কটাক্ষ কৰে।

কংগ্ৰেছৰ প্ৰতিআক্ৰমণৰ মাজতে ৰাজ্যসভাত পীয়ুষ গোৱেলে কয়, “আমি মনে মনে বহি সকলো চাই থাকিব নোৱাৰো। সদনৰ এগৰাকী সদস্যই বিদেশলৈ গৈ ভাৰতৰ গণতন্ত্ৰৰ বিৰুদ্ধে মন্তব্য কৰিছে। মই স্তম্ভিত হৈছো যে একাংশ দলেও তেওঁক সমৰ্থন কৰিছে।”

“এগৰাকী জ্যেষ্ঠ সাংসদে বিদেশৰ মাটিৰ কিদৰে সাংসদৰ অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে, সেই বিষয়ত সমালোচনা কৰিবলৈ সকলো দলকে আহ্বান জনাইছো।”— কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে ৰাজ্যসভাত লগতে কয়।

ইফালে গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিয়ম উলংঘা কৰাৰ অভিযোগত সদনৰ শাসকীয় দলৰ নেতা গোৱেলৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰিছে কংগ্ৰেছৰ শক্তিসিংহ গোহিলে।

জাননীত গোহিলে অসত্য তথ্যৰে পিয়ুষ গোৱেলে বাৰে বাৰে লোকসভাৰ এগৰাকী সন্মানীয় সদস্যক সমালোচনা কৰিছিল আৰু ইচ্ছাকৃতভাৱে অপমানজনক মন্তব্য কৰি আহিছে বুলি অভিযোগ কৰে।

কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে ৰাজ্যসভাৰ অধ্যক্ষই সদনৰ কোনো সদস্যই আন সদনৰ সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰে বুলি দিয়া ৰায়ৰ কথাও সোঁৱৰাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd