• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীক এলাগী : বিজেপিৰ ইস্তাহাৰত গোৰ্খাক জনজাতিকৰণৰ টোপ

গোৰ্খাৰ ৫ লাখ ভোটৰ বিজেপিয়ে হেৰুৱাব নেকি অসমৰ ডেৰকোটি ভোট?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2019 10:32 pm
e8d17d42-648e-44b5-b6a3-6b98c42f6fbe

ইস্তাহাৰ প্ৰকাশৰ মুহূৰ্তত মোদী আৰু অন্যান্যসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি এটা প্ৰধান প্ৰতিশ্ৰুতি হিচাপে আগ বঢ়োৱা ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্য্যাকলতো সম্ভৱ নহ’ল। কিন্তু অপূৰ্ণ হৈ ৰোৱা সত্ত্বেও এইবাৰ বিজেপিয়ে সেই প্ৰতিশ্ৰুতি দলটোৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত নকৰিলে।

বিগত সুদীৰ্ঘ সময় ধৰি জনজাতিকৰণ দাবী কৰি অহা অসমৰ খিলঞ্জীয়া ৬টা জনগোষ্ঠীক সম্পূৰ্ণৰূপে এলাগী কৰিছে যদিও এইবাৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আগ বঢ়াইছে গোৰ্খাসকললৈ। আজি দলটোৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত হৈছে।

ইস্তাহাৰত অন্তৰ্ভুক্ত হোৱা অনুসৰি দলটো শাসনলৈ আহিলে জনগোষ্ঠীটোৰ ১১টা উপ-জাতিক জনজাতিকৰণৰ মৰ্য্যাদা দিয়া হ’ব। আনকি শাসনলৈ আহিলে ছিকিমৰ বিধানসভাত গোৰ্খাসকলৰ শাখা লিম্ব’ আৰু তামাংসকলৰ বাবে আসন সংৰক্ষণৰো প্ৰতিশ্ৰুতি দিছে। লগতে দাৰ্জিলিং, শিলিগুৰি আৰু দোৱাৰৰ গোৰ্খাসকলৰ সমস্যাৰ স্থায়ী ৰাজনৈতিক সমাধান কৰা হ’ব।

মন কৰিব পাৰি যে অসমতো ৪-৫ লাখ নেপালী ভোটাৰ আছে। বিশেষকৈ নেপালী সম্প্ৰদায়ৰ আৰ পি শৰ্মাক তেজপুৰ সমষ্টিত টিকট বঞ্চিত কৰা বাবে অসমৰ নেপালীসকল ক্ৰুব্ধ হৈ আছে।

কিন্তু ১৪খন আসন থকা অসমত নেপালীসকলৰ সংখ্যাতকৈ জনজাতিকৰণ দাবী কৰি থকা ৬ জনগোষ্ঠীৰ জনসংখ্যা কেইবাগুণ বেছি।  কোচ ৰাজবংশী, চাহ শ্ৰমিক, মৰাণ, মটক, আহোম, চুতীয়াসকলৰ এক বৃহৎ ভোটবেংক আছে ৰাজ্যখনত। জনগোষ্ঠীকেইটাৰ নেতাসকলে জনোৱা অনুসৰি ৬টা জনগোষ্ঠীৰ মুঠ প্ৰায় ডেৰকোটি ভোটাৰ আছে।

বিজেপিৰ বঞ্চনাৰ প্ৰতিদান এই জনগোষ্ঠীকেইটাই কেনেদৰে দিয়ে সেয়া মন কৰিব লগীয়া হ’ব। আনহাতে পূৰ্বে শাসনলৈ আহিলে ৬ মাহত জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিও ৫ বছৰতো সেয়া নকৰা বিজেপিক গোৰ্খাসকলে বিশ্বাসত লয় নে নলয় সেয়া সময়ে ক’ব।

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত গোৰ্খাৰ জনসংখ্যা ২৯,২৬,১৬৮জন। ইয়াৰে অসমত আছে ৫,৯৬,২১০জন। পশ্চিমবংগত গোৰ্খাৰ জনসংখ্যা ১১,৫৫,৩৭৫ জন।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd