• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩ গৰাকী দৃষ্টিহীন শিল্পীৰে গুৱাহাটীত গঠন ‘শ্ৰোতা’ মিউজিক বেণ্ড

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 25, 2018 7:12 pm
প্ৰতিনিধিত্বমূলক ছবি। stmed.netৰ সৌজন্যত।

প্ৰতিনিধিত্বমূলক ছবি। stmed.netৰ সৌজন্যত।

933
VIEWS
Share on FacebookShare on Twitter

তেওঁলোকে চকুৰে নেদেখে পৃথিৱীখন, কিন্তু সুৰেৰে জয় কৰিব পাৰে বিশ্বৰ প্ৰতিজন লোকৰে অন্তৰ। তেনে সুললিত কন্ঠৰ অধিকাৰী ১৩ গৰাকীকৈ প্ৰতিভাৱান যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে এক মিউজিক বেণ্ড।

বুধবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে ১৩ গৰাকী দৃষ্টিহীন শিল্পীৰে গঠিত মিউজিক বেণ্ডটোৱে। নাম ‘শ্ৰোতা’।

‘শ্ৰোতা’ৰ সদস্য হিচাপে থকা শিল্পী কেইগৰাকী হৈছে মেহবুব আলী, প্ৰতাপ ৰাজবংশী, পপী দেৱী, কিৰণ বালা দেৱী, অজয় ৰাজবংশী, পৰমেশ্বৰ নাথ, উৎপল ঠাকুৰীয়া, নীলোৎপল বৈশ্য, গোবিন সোণাৰ, দিগম্বৰ হাজৰিকা, মনালিছা বৰা, দেৱাশিস দাস আৰু ডিম্বেশ্বৰ দাস।

উল্লেখ্য যে কেইবাগৰাকীও নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিয়ে এই যুৱক-যুৱতীকেইগৰাকীক সংগঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লৈছিল।

উদ্যোগ লোৱা এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে, ‘‘আমি দুবছৰ আগতে এইসকল যুৱক-যুৱতীক লগ পাইছিলো। তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী কৰি অহা বুলি আমি জানিব পাৰিছিলো আৰু তেওঁলোকৰ প্ৰতিভাৰ উমান পাইছিলো। লগতে তেওঁলোকৰ আৰ্থিক অস্বচ্ছলতাৰ কথা আমি অনুমান কৰিছিলো। গতিকে তেওঁলোকে এটা বেণ্ড হিচাপে সংগঠিত হৈ অনুষ্ঠান পৰিবেশন কৰাৰ বাবে কিছু সহায় আগ বঢ়াবলৈ সিদ্ধান্ত ল’লো।”

বুধবাৰৰ অনুষ্ঠানত শিল্পীকেইগৰাকীয়ে কেইবাটাও গীত পৰিৱেশন কৰে। ইতিমধ্যে বিভিন্ন মঞ্চত সংগীত পৰিৱেশনৰ বাবে তেওঁলোক বাদ্য-যন্ত্ৰৰ সৈতে সম্পূৰ্ণ সাজু হৈ উঠিছে।

অনুষ্ঠানটিত মনীষা হাজৰিকা, জে পি দাস, ৰমেন বৰুৱা, ৰমেন চৌধুৰীকে প্ৰমুখ্য কৰি বহু কেইবাগৰাকী বিশিষ্ট শিল্পী উপস্থিত থাকি বেণ্ডটোলৈ শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd