• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মাষ্টমী উপলক্ষে ৰংজুলিৰ ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত অনুষ্ঠিত হ’ল বোকা খেল

নীলমনি শর্মা by নীলমনি শর্মা
September 4, 2018 10:03 am
বোকাখেল

ৰংজুলিৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত অনুষ্ঠিত বোকাখেলৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

158
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত জন্মাষ্টমী উপলক্ষে অনুষ্ঠিত হয় বোকা খেল। দুদিনীয়া জন্মাষ্টমী উৎসৱৰ সামৰণিত পাঁচ শতিকা পুৰণি এক ব্যতিক্ৰমী পৰম্পৰাৰ প্ৰকাশ ঘটে এই বোকাখেলত।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ শেষ সময়চোৱাত, ষোল্ল শ শতিকাৰ মাজ ভাগত স্থাপিত শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত সোমবাৰে সামৰণি পৰে দুদিনীয়া কাৰ্যসূচীৰ জন্মাষ্টমী উৎসৱৰ।

সোমবাৰে সন্ধিয়া নন্দ উৎসৱেৰে জন্মাষ্টমীৰ সামৰণি পৰে l এই নন্দ উৎসৱত প্ৰায় ৪৫০ বছৰ পুৰণি পৰম্পৰা অনুসৰি বোকাত খেলা হয়। বোকাত লেটি পেটি হৈ হৰি নাম গাই এক অনন্য পৰিবেশ সৃষ্টি কৰে ভক্ত সকলে।

ইয়াৰ মাজতে নাৰিকল বা অন্য ফলৰ ভিতৰত টকা সোমাই দি বোকাত দলিয়াই দিয়া হয় আৰু সেই ফল পোৱাৰ বাবে এখন যুঁজ কৰে। প্ৰবাদ মতে কৃষ্ণ জন্মৰ পিছত গোকুলত নন্দ উৎসৱ পাতি ৰাইজ আনন্দত উত্ৰাৱল হৈছিল। বোকা, পানী, যিয়ে যেনেকৈ পায়, তেনেকৈয়ে খেলিছিল।

ৰংজুলিৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহতো জন্মাষ্টমীৰ পিছৰ দিনা এই নন্দ উৎসৱ পাতি বোকা পানীৰে তাৰেই প্ৰতীকি ৰূপ এটা প্ৰতিফলিত কৰে। এই পৰম্পৰা চাৰিটা শতিকাৰো অধিক কাল ধৰি ৰংজুলিত প্ৰচলিত হৈ আছে ।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd