• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভক্তৰ পদধ্বনি আৰু ভক্তিৰসত উদুলি-মুদুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশন

প্ৰথম দিনটোতে অধিৱেশনৰ স্মৃতিগ্ৰন্থ “দয়ানিধি” উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
February 5, 2020 7:42 pm
Shankar sangha

অধিৱেশনৰ স্মৃতিগ্ৰন্থ “দয়ানিধি”উন্মোচনৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱাৰে পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ভক্তৰ পদধ্বনি আৰু ভক্তিৰসত উদুলি-মুদুলি হৈ পৰিছে।

কাজিৰঙা সমন্বয় ক্ষেত্ৰ নামেৰে নামকৰণ কৰা বোকাখাত মহকুমাৰ কমাৰগাৱঁৰ দিহিঙীয়া মহুৰা পথাৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠানটোলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভকত-ভকতনী আৰু অনুৰাগীৰ সোঁত বৈছে।

অধিৱেশনৰ বাবে আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সোঁৱৰণী মূল মণ্ডপ আৰু প্ৰতিনিধি শিবিৰ৷

একেলগে ১০ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়৷

আয়োজকে জানিবলৈ দিয়া মতে, ১৮শ বিঘা মাটিত প্ৰসাৰিত অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে ৫৪৮খন গ্রন্থ বিপণি আৰু ৩৬০ খন বহিঃবাণিজ্যৰ বিপণি।

আজি পুৱাতেই প্ৰথম দিনৰ কাৰ্য্যসূচী আৰম্ভ হয় পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ, বৃক্ষৰোপণ আৰু নাম প্ৰসংগৰে।

পৰমানন্দ আতৈ সোঁৱৰণী মূল তোৰণৰ লগতে অধিৱেশনৰ বাবে নিৰ্মাণ কৰা সকলো তোৰণ উন্মোচন কৰা হয়৷

আদৰণী সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকনে৷ মূল কাৰ্য্যালয় আৰু আৰু ৰেমাকান্ত মৰাং সোঁৱৰণী গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ক্ৰমে ৰাজহ চক্ৰ বিষয়া খনীন দাস আৰু জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই৷

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সোঁৱৰণী মূল মণ্ডপ আৰু মুক্তিযোদ্ধা বেণুৰাম বৰুৱা সোঁৱৰণী মূল মঞ্চ উন্মোচন কৰে গোলাঘাটৰ উপায়ুক্ত বিভাষ মোদীয়ে৷

অধিৱেশনৰ স্মৃতিগ্ৰন্থ “দয়ানিধি” উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় উপাচাৰ্য্য ড০ কন্দৰ্প দাসে ৷

আনহাতে বোকাখাতৰ পৰা প্ৰকাশিত জিতু শৰ্মা ৰাজখোৱাৰ দ্বাৰা সম্পাদিত ৰাইজৰ খৱৰৰ বিশেষ সংখ্যাও আনুষ্ঠানিকভাৱে উন্মোচন কৰে অধিবেশনৰ মুখ্য সমন্বয়ক পবিত্ৰ প্ৰাণ বৰাই ৷

আদৰণী সমিতিয়ে জানিবলৈ দিয়া মতে, অধিৱেশনৰ মুঠ বাজেট ২ কোটি ৮০ লাখ টকা। পুঁজিৰ ক্ষেত্ৰত আদৰণী সমিতি প্ৰাৰম্ভিকতে কিছু পৰিমাণে সংকটেত পৰিছিল যদিও শেষত চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা লাভ কৰা বুলি জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd