• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Boris Johnson: ‘বেকাৰ’ বৰিছ: লাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ব্ৰিটেইনৰ পদত্যাগী প্ৰধানমন্ত্ৰী জনছন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2022 2:11 pm
134
VIEWS
Share on FacebookShare on Twitter

Boris Johnson চাপৰ মাজত পৰি অৱশেষত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছে। যোৱা ৭ জুলাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বৰিছে কৈছিল যে তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চাকৰি এৰি দুঃখিত। এতিয়া সেই ‘বেকাৰ’ (নিবনুৱা) বৰিছে লাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ফুৰিছে! সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰিছৰ সেই ফটো। কিন্তু ঘটনাটোনো কি?

দৰাচলতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা বৰিছ জনছনৰ পদত্যাগৰ পিছতেই আশ্চৰ্যকৰ সিদ্ধান্ত লৈছে ব্লেকপুলৰ বিশ্ববিখ্যাত মমৰ মূৰ্তিৰ সংগ্ৰহালয় মেডাম ট্যুচোৱে। যিহেতু বৰিছ জনছন এতিয়া আৰু প্ৰধানমন্ত্ৰী নহয়, সেয়ে তেওঁৰ প্ৰতিমূৰ্তিটো সংগ্ৰহালয়ৰ পৰা আঁতৰাই দিয়া হৈছে।

লগতে পঢ়ক: Sri Lanka protests: প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেৰ বাসভৱন

জানিব পৰা মতে সেই প্ৰতিমূৰ্তিটো এতিয়া লাংকাশ্বায়াৰৰ চাকৰি অনুসন্ধান কেন্দ্ৰৰ বাহিৰত ৰখা হৈছে।

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিটো এখন বোৰ্ডৰ সন্মুখত ৰখা হৈছে য’ত বৰিছে চাকৰি বিচাৰি আছে বুলি দেখুৱাবলৈ বোৰ্ডৰ ‘ভেকেন্সি’ বুলি লিখি দিয়া হৈছে।

লগতে পঢ়ক: Russia-Ukraine War: ভাৰতকে ধৰি পাঁচখন দেশত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত ৰাষ্ট্ৰপতি জেলেনস্কিৰ

ৰাস্তাৰ কাষত থকা এই প্ৰতিমূৰ্তিটো দেখি মানুহে আচৰিত হৈছে যদিও লগতে স্ফূৰ্তিও পাইছে। ৰাস্তাত থকা প্ৰতিমূৰ্তিটোৰ সৈতে পথাচাৰীয়ে চেলফি লৈ আছে।  বৰিছৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰা হৈছে।

জব চেণ্টাৰৰ বাহিৰৰ ৰাস্তাত ৰখা বৰিছ জনছনৰ প্ৰতিমূৰ্তিটো চলিত বছৰৰ মাৰ্চত মেডাম ট্যুচো গেলেৰীৰ ফালৰ পৰা উন্মোচন কৰা হৈছিল। মুঠ ২০ জন শিল্পীয়ে সন্মিলিতভাৱে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল। এইটো নিৰ্মাণ কৰিবলৈ আঠ মাহ সময় লাগিছিল।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd