• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঠোৰ চৰকাৰ! মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই ২১হাজাৰ টকা জৰিমনা দেশখনত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 10:30 am
bosnia

প্ৰতিনিধিত্বমূলক ফটো। বছনিয়া আৰক্ষীৰ তহল।

3.1k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে য়ুৰোপৰ কেইবাখনো দেশে আপ্ৰাণ চেষ্টা চলাইছে। ইয়াৰ ভিতৰত বছনিয়া অন্যতম।

দেশখনত লোকসকলে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে দেশখনৰ চৰকাৰে।

বছনিয়াত দৈনিক সংক্ৰমণৰ সংখ্যা সৰ্বাধিক হোৱাৰ দিনটোতেই যোৱা বুধবাৰে চৰকাৰে এইদৰে মাস্ক পৰিধান বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছে।

দুই দশক পূৰ্বে যুদ্ধ বিধ্বস্ত বছনিয়া য়ুৰোপৰ অন্যতম দৰিদ্ৰ দেশ হিচাপে পৰিচিত হৈ পৰাৰ পাছত এইবাৰ কৰ’নাৰ সংহাৰৰ বাবে শংকিত হৈ পৰিছে।

স্বাভাৱিকতেই দেশখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত প্ৰবল চাপৰ সৃষ্টি হৈছে।

দেশখনত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তো জনসাধাৰণে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা আদি বিষয়ত গুৰুত্ব নিদিয়াৰ বাবেই চৰকাৰ প্ৰশাসন কঠোৰ হৈ পৰিছে।

চৰকাৰে সেয়েহে, মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে।

চৰকাৰে ইয়াৰ বাবে ২৫০ৰ পৰা ৭৫০য়ুৰো জৰিমনাৰ পৰিমান ধাৰ্য কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমান হ’ব ২১হাজাৰ টকাৰ পৰা প্ৰায় ৬৪হাজাৰ টকা।

বিশেষজ্ঞসকলে প্ৰায়েই কৈ আহিছে যে কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। অন্তত: ভেকচিন যেতিয়ালৈকে সুলভ নহয়, তেতিয়ালৈকে এইটোৱেই কৰ’না বিৰুদ্ধে যুঁজৰ একমাত্ৰ বিকল্প আহিলা।

Tags: COVID-19

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd