• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল’ৰা হোষ্টেলসমূহক কৰা হ’ব কোৱাৰেন্টাইন চেন্টাৰ : আৱাসীক আৱাস খালী কৰাৰ নিৰ্দেশ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 25, 2020 8:35 pm
File-photo-of-the-entrance-gate-of-Gauhati-University.-Image-credit-India-Today-1140x570

প্ৰতিনিধিত্বমূলক ছবি

451
VIEWS
Share on FacebookShare on Twitter

কোৱাৰেন্টাইন চেন্টাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহ অধিগ্ৰহন কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰিবলৈ পুনৰ ৰাজ্যত নতুন কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰয়োজন হৈছে।

ৰাজ্যৰ দুৰ্যোগব্যৱস্থাপনা কতৃপক্ষই ইতিমধ্যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহক কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে আজি (২৫ মে’) গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সংক্ৰান্তত জাননী জাৰি কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক জাননীত কোৱা হৈছে যে কামৰূপ (ম) জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (১) অসম কোভিড১৯ ৰেগুলেশ্যনছ, ২০২০ আৰু (২) অধীনৰ শাখা ৬৫(১) এ আৰু ৬৬ দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ অধীনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেনকাটা ৰাও গৱেষক ছাত্ৰ (আৰ চি চি-৫) আৰু বাবু জগজীৱন ৰাম আৱাসক বাদ দি বিশ্ববিদ্যালয়খনৰ বাকী আটাইবোৰ ছাত্ৰাৱাসকে কোৱাৰেন্টাইন চেন্টাৰ কৰা হ’ব।

২৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰাৰ জাননীখনত অহা ২৭ মে’ ২০২০ৰ ভিতৰত আটাইবোৰ হোষ্টেলৰ আৱাসীকে খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

যিসকল আৱাসীয়ে তেওঁলোকৰ সা-সামগ্ৰীসমূহ হোষ্টেলৰ পৰা সংগ্ৰহ কৰিবলৈ সমৰ্থ হোৱা নাই তেওঁলোকে হোষ্টেলৰ ৱাৰ্ডেনৰ লগত যোগাযোগ কৰি সামগ্ৰীসমূহৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে জাননীখনত।

আনহাতে যিসকল আৱাসীয়ে নিজে এই ব্যৱস্থা কৰিব অক্ষম হ’ব তেওঁলোকৰ সা-সামগ্ৰীসমূহ ৱাৰ্ডেনসকলক নি নিজৰ তত্বাৱধানত ৰাখিবলৈ জাননীখনৰ যোগেদি অনুৰোধ কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

Tags: COVID-19

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd