• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত ছয় দিনীয়া কাৰ্য্যসূচীৰে ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 4:59 pm
braja nath Sarma memorial drama fest

ব্ৰজনাথ শৰ্মা সোঁৱৰণি নাট সমাৰোহৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত ২১ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ ছয় দিনীয়া কাৰ্য্যসূচৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ।

গুৱাহাটীস্থিত নাট্য গোষ্ঠী সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰতিবছৰে নাট সমাৰোহখনি আয়োজন কৰি আহিছে। চলিত বৰ্ষত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে নাট সমাৰোহখনি আয়োজন কৰাৰ ক্ষেত্ৰত উদ্যোক্তা সমিতিক সহযোগিতা আগবঢ়াইছে।

উদ্যোক্তা সমিতিৰ সভাপতি ললিত শৰ্মাই সংবাদ মাধ্যমক সাক্ষাৎ কৰি প্ৰতিবছৰে সুকলমে নাট সমাৰোহখনি আয়োজন কৰি থাকিব পৰাতো তেওঁলোকৰ বাবে অতি সুখৰ বিষয় হিচাপে অভিহিত কৰাৰ লগতে চলিত বৰ্ষতো ইয়াক সফলৰূপত আয়োজন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ পুৰুষ ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত ২০০৭ চনৰ পৰা প্ৰতিবছৰে সমাহাৰ নাট্যগোষ্ঠীয়ে ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহখনি আয়োজন কৰি আহিছে।

ব্ৰজনাথ শৰ্মাই প্ৰথম বাৰৰ বাবে ১৯৩৩ চনত অসমীয়া নাটকত অভিনেত্ৰীৰ আত্মপ্ৰকাশ কৰাইছিল।

২১ ছেপ্টেম্বৰত সন্ধিয়া বিশিষ্ট সমাজ কৰ্মী দিলীপ হাজৰিকাই ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহখনি উদ্বোধন কৰিব।

নাট সমাৰোহখনি লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ ‘কহিনুৰ’ মুকলি কৰিব জেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে।

চলিত বৰ্ষত নাট সমাৰোহখনি বেশ্যা, ডাকঘৰ, কালচক্ৰ, বন্দে মাতৰম, চোৰ উবাস আৰু কহয় চান্দে দশা নামৰ মুঠ ছয়খন নাট পৰিবেশন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am
পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am
পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd