• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুঃখবৰ : অক্সফোৰ্ডৰ কোভিড ভেকচিন লৈ ব্ৰাজিলত মৃত্যু হৈছে এগৰাকী স্বেচ্ছাসেৱকৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 9:07 am
index.jpgaaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ আক্ৰমণত ত্ৰস্তমান সমগ্ৰ বিশ্ব। বিশ্বৰ প্ৰতিখন দেশৰ চিকৎসাবিজ্ঞানীয়ে কোভিড ভেকচিন প্ৰস্তুতৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।

এই প্ৰচেষ্টাৰ ফলতে বিশ্বৰ কেবাখনো দেশত কোভিড ভেকচিন প্ৰস্তুত কৰি ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰাও হৈছে।

এই ভেকচিনসমূহৰ ভিতৰত ব্ৰিটেইনৰ অক্সফোৰ্ড কোভিডশ্বীল্ড নামৰ ভেকচিনটো আছিল আটাইতকৈ আশাব্যঞ্জক ভেকচিন।

ইতমিধ্যে ভেকচিনটো বিশ্বৰ বিভিন্ন দেশৰ স্বেচ্ছাসেৱকৰ শৰীৰত ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰা হৈছে।

বিশ্বৰ বৃহতম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ছুইডেনৰ আষ্ট্ৰাজেনেকাৰে অক্সফোৰ্ডৰ ভেকচিনটোৰ উৎপাদনৰ বাবে চুক্তিৱদ্ধ হৈছিল। প্ৰতিষ্ঠান দুটাৰ চেষ্টাতে ভেকচনিটো বিশ্বৰ বিভিন্ন দেশত ট্ৰায়েল সম্পন্ন কৰি থকা হৈছে।

কিন্তু এই অতি আশাব্যঞ্জক ভেকিনটোৱে এতিয়া বিশ্ববাসীৰ বাবে কঢ়িয়াই আনিছে দুঃখবৰ।

ভেকচনিটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েলত ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱকৰ মৃত্যু ঘটিছে।

ব্ৰাজিলৰ ভেকচিনটোৰ ট্ৰায়েলৰ দায়িত্বত থকা কৰ্তৃপক্ষই জনাইছে যে ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত এজন স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে।

অৱশ্যে এই সম্পৰ্কীয় কোনো বিতং তথ্য এতিয়াও প্ৰকাশ কৰা নাই ব্ৰাজিল কৰ্তৃপক্ষই।

ব্ৰাজিলৰ চাও পাওলোৰ ফেডাৰেল বিশ্ববিদ্যালয়ে ব্ৰাজিলত ভেকচিনটো অন্তিম তথা তৃতীয়টো ক্লীনিকেল ট্ৰায়েলৰ তদাৰক কৰিছে। বিশ্ববিদ্যালয়খনেও ভেকচিন লৈ এজন স্বেচ্ছাসেৱক মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰিছে।

অৱশ্যে ব্ৰাজিলৰ ক’ত আৰু কোন স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে তাৰ সবিশেষ তথ্য চাও পাওলো ফেডাৰেল বিশ্ববিদ্যালয়েও প্ৰকাশ কৰা নাই। তেওঁলোকে কয় যে স্বেচ্ছাসেৱকজনৰ পৰিচয় প্ৰকাশ কৰা নহয়। অৱশ্যে মৃত স্বেচ্ছাসেৱকজনৰ বয়স ২৮ বছৰ আছিল বুলি জানিব পৰা গৈছিল।

ইফালে  ইয়াৰ পিছতো ব্ৰাজিল কৰ্তৃপক্ষই ব্ৰাজিলত ভেকচিনটোৰ ট্ৰায়েল অব্যহাত থাকিব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েলত ব্ৰিটেইনৰ এগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰতো পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছতে ব্ৰিটেইন, ভাৰত, দক্ষিণ আফ্ৰিকা, আমেৰিকা আদি কৰি বহুকেইখন  দেশত ভেকচিনটোৰ ট্ৰায়েল স্থগিত ৰখা  হৈছিল।

আনহাতে আষ্ট্ৰাজেনেকাৰে দাবী কৰিছে যে মৃত স্বেচ্ছাসৱেকজন অক্সফোৰ্ডৰ ভেকচনিটো প্ৰয়োগ কৰা হোৱা নাছিল। অক্সফোৰ্ডেও দাবী কৰিছে যে এই ভেকচিনটো জীৱনঘাটক নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd