• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উদ্বোধন কৰাই নহ’ল! তাৰ পূৰ্বেই দুটুকুৰা হৈ নদীত বাগৰি পৰিল দলং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2022 6:16 pm
Bridge Snaps In Bihar
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে গুজৰাটত সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা। গুজৰাটৰ মৰ্বিত এখন দলং খহি পৰাৰ ফলত মৃত্যু ঘটিছিল প্ৰায় ১৪০ গৰাকী লোকৰ। মৰ্বিৰ পাছত এইবাৰ বিহাৰৰ বেগুচৰাইত খহি পৰিছে এখন দলং।

পাঁচ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এখন দলং উদ্বোধনৰ পূৰ্বেই দেওবাৰে দুভাগ হৈ নদীত বাগৰি পৰে। অৱশ্যে দলংখন আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি নোহোৱাৰ বাবে কোনো লোকৰ হতাহত হোৱা নাই।

Apply Now

বেগুচৰাই জিলাৰ বুঢ়ী গণ্ডক নদীৰ ওপৰেৰে ১৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই দলংখন। ২০১৬ চনৰ পৰা ২০৬ মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল।

দলংখন কিছুদিনৰ পাছতে উদ্বোধন কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও তাৰ পূৰ্বেই ভাঙি নদীত বাগৰি পৰে। এগৰাকী স্থানীয় প্ৰশাসনিক বিষয়াই এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে স্থানীয় লোকসকলে যোৱা তিনিদিনত ২০৬ মিটাৰ দৈৰ্ঘ্যৰ দলংখনত ফাট মেলিছিল বুলি জানিবলৈ দিছে। আনহাতে ঘটনাৰ সময়ত দলংখনত কোনো লোক নাছিল বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজনিশাই স্থলপথত আঘাত ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ; ধুমুহা-বৰষুণত বিধ্বস্ত অন্ধ্ৰ উপকূল, বাতিল একাধিক বিমান

মাজনিশাই স্থলপথত আঘাত ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ; ধুমুহা-বৰষুণত বিধ্বস্ত অন্ধ্ৰ উপকূল, বাতিল একাধিক বিমান

November 3, 2026 8:06 am
পুৱা শুই উঠিয়েই নাক বন্ধ, ডিঙিৰ বিষত ভুগিছে নেকি? ঋতু পৰিৱৰ্তনৰ সময়ত খাদ্যাভ্যাসত আনক এইকেইটা সৰু পৰিৱৰ্তন

পুৱা শুই উঠিয়েই নাক বন্ধ, ডিঙিৰ বিষত ভুগিছে নেকি? ঋতু পৰিৱৰ্তনৰ সময়ত খাদ্যাভ্যাসত আনক এইকেইটা সৰু পৰিৱৰ্তন

November 3, 2026 7:32 am
গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

November 2, 2026 9:00 pm
ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

November 2, 2026 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজনিশাই স্থলপথত আঘাত ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ; ধুমুহা-বৰষুণত বিধ্বস্ত অন্ধ্ৰ উপকূল, বাতিল একাধিক বিমান

মাজনিশাই স্থলপথত আঘাত ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ; ধুমুহা-বৰষুণত বিধ্বস্ত অন্ধ্ৰ উপকূল, বাতিল একাধিক বিমান

November 3, 2026 8:06 am
পুৱা শুই উঠিয়েই নাক বন্ধ, ডিঙিৰ বিষত ভুগিছে নেকি? ঋতু পৰিৱৰ্তনৰ সময়ত খাদ্যাভ্যাসত আনক এইকেইটা সৰু পৰিৱৰ্তন

পুৱা শুই উঠিয়েই নাক বন্ধ, ডিঙিৰ বিষত ভুগিছে নেকি? ঋতু পৰিৱৰ্তনৰ সময়ত খাদ্যাভ্যাসত আনক এইকেইটা সৰু পৰিৱৰ্তন

November 3, 2026 7:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd