• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BSFত ওলাইছে চাকৰি; আগ্ৰহীসকলে আবেদন কৰিবলৈ পঢ়ক

১০ আৰু ১২ উত্তীৰ্ণ প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 12:53 pm
bsf
19.1k
VIEWS
Share on FacebookShare on Twitter

গৃহ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াৰ বিভিন্ন ধৰণৰ খালী পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদসমূহ সাময়িক হ’লেও পৰৱৰ্তী সময়ত স্থায়ী কৰা হ’ব।

পদসমূহ হৈছে – উপ পৰিদৰ্শক(মাষ্টাৰ), উপ পৰিদৰ্শক(ৱৰ্কশ্বপ), উপ পৰিদৰ্শক(ইঞ্জিন ড্ৰাইভাৰ), হেড কনিষ্টবল(মাষ্টাৰ), হেড কনিষ্টবল(ৱৰ্কশ্বপ), হেড কনিষ্টবল(ইঞ্জিন ড্ৰাইভাৰ) আৰু কনিষ্টবল ট্ৰেডছমেন(ক্ৰিউ)।

দৰমহা মাহিলী ২১,৭০০ ৰ পৰা ১,১২,৪০০ টকা।

অফলাইন যোগে প্ৰাৰ্থীসকলে আবেদন কৰিব লাগিব। ১৭ ফেব্ৰুৱাৰী ২০২০ৰ পৰা আবেদন পত্ৰ জমা লোৱা হৈছে আৰু ইয়াৰ অন্তিম দিন হ’ল ১৬ মাৰ্চ ২০২০। অৱেশ্য কেন্দ্ৰীয় শাসিত অঞ্চল, হিমাচল প্ৰদেশ, পূৰ্ৱোত্তৰ ৰাজ্য, ছিকিম, লাডাখ আদি অঞ্চলৰ বাবে অন্তিম দিন ৩০ মাৰ্চ ২০২০ চন ধাৰ্য কৰা হৈছে।

আগ্ৰহীসকলে BSFৰ অফিচিয়েল ৱেবচাইটত  গৈ সবিশেষ তথ্য লাভ কৰিব পাৰিব ।

Recent News

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd