• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে; খালী কৰিলে ৰাণীৰ উপহাৰ ‘ফ্ৰগম’ৰ কটেজ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 9:04 am
234
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ উইণ্ডচৰ প্ৰাসাদত থকা ঘৰ খালী কৰিছে ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেঘান মাৰ্কলে। বৃহস্পতিবাৰে বাকিংহাম পেলেছৰ পৰা এই কথা নিশ্চিত কৰা হৈছে।

‘ফ্ৰগম’ৰ কটেজ’ নামৰ এই ঘৰটো ২০১৮ চনত প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথে হেৰী আৰু মেঘানক উপহাৰ দিছিল।

লগতে পঢ়ক: অন্ধকাৰত মুখ্যমন্ত্ৰী! মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ; ‘অভূতপূৰ্ব’ পদক্ষেপকলৈ তোলপাৰ তামিলনাডু

ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনী ‘স্পেয়াৰ’ জানুৱাৰী মাহত প্ৰকাশ পাইছিল। ৰজা তৃতীয় চাৰ্লছৰ কনিষ্ঠ পুত্ৰ ৰাজকুমাৰ হেৰীয়ে ইয়াত ৰাজ পৰিয়ালক তীব্ৰ সমালোচনা কৰে।

ইয়াৰ পিছতে সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ইয়াৰ লগে লগে হেৰীক তেওঁৰ লগত থকা ৰাজকীয় পৰিয়ালৰ সকলো বস্তু এৰিবলৈ কোৱা হয়।

বৃহস্পতিবাৰে ৰাজপ্ৰসাদৰ জ্যেষ্ঠ বিষয়া মাইকেল ষ্টিভেন্সে ৰজাৰ বিত্তীয় সম্পৰ্কীয় বাৰ্ষিক প্ৰতিবেদনত কয় যে ‘’আমি নিশ্চিত কৰিব পাৰো যে ছাচেক্সৰ ডিউক আৰু ডাচেছে ফ্ৰগম’ৰ কটেজ খালী কৰি দিছে।‘’

লগতে পঢ়ক: থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক; সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

হেৰী আৰু মেঘানক ডিউক অৱ ছাচেক্স আৰু ডাচেছ অৱ ছাচেক্স বুলিও জনা যায়। ৰাজপ্ৰসাদৰ আৰ্থিক কাম-কাজ চোৱাচিতা কৰা ষ্টিভেন্সে লগতে কয় যে ‘আমি ইয়াত নিষ্পত্তিৰ বিষয়ে সবিশেষ জনাবলৈ যোৱা নাই।‘

Recent News

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd