• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক; সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 7:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰীৰ ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰা হৈছে। বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

আনহাতে, পলাতক হৈ আছে আৰক্ষী বিষয়া বিমান ৰয়। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সঞ্চালক প্ৰধানগৰাকীয়ে পলাতক বিমান আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

জানিব পৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে নিৰ্যাতনৰ সমগ্ৰ ঘটনা প্ৰথমতে উপ-পৰিদৰ্শক লিজা টায়েক জনাইছিল। কিন্তু টায়ে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান দিছিল। এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

লগতে পঢ়ক: লক্ষ্য মোডী চৰকাৰক ‘উৎখাত’; পুনৰ জুলাইত বেংগালুৰুত বিৰোধী দলসমূহৰ মহা বৈঠক

উল্লেখ্য যে বুধবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এক বিস্ফোৰক অভিযোগ।  

অভিযোগ অনুসৰি, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক ৰয়ে লক-আপৰ ভিতৰতে আন আৰক্ষী বিষয়াৰ সন্মুখত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি যোৱা ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

Reference taking of objectionable photo of a young girl at Ghograpar PS – Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7V

— GP Singh (@gpsinghips) June 29, 2023

জানিব পৰা মতে, যোৱা ২১ জুনত ভুক্তভোগী ছোৱালীজনীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল। অৱশ্যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানালৈ লৈ আনে। দুয়োকে সেই নিশা লকআপৰ ভিতৰতে ৰখা হয়।

“এছ আইয়ে মোক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল, কিন্তু, মই অস্বীকাৰ কৰিলোঁ। তাৰ পিছত তেওঁ মোক ভাবুকি দিলে আৰু সেয়েহে মই ভয় খাই কাপোৰ খুলিলোঁ। এছ আইয়ে মোৰ উলংগ ছবি ক্লিক কৰি অশ্লীল ইংগিতেৰে মোক নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল। ৰাতিপুৱা মই এই বিষয়ে এগৰাকী মহিলা আৰক্ষীক জনাইছিলোঁ যদিও তেওঁ মোক মনে মনে থাকিবলৈ কৈছিল।’’ – অভিযোগ পত্ৰত এইদৰে কয় অভিযোগকাৰী কিশোৰীগৰাকীয়ে।

লগতে পঢ়ক: শেষ সুযোগ! কাইলৈ পান-আধাৰ লিংকৰ অন্তিম দিন; নহ’লে কি হ’ব?

ইয়াৰ পিছতে নলবাৰী থানাৰ ২৮৭/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪(খ)/৫০৯ আৰু POCSO আইনৰ আৰ/ডব্লিউ ধাৰা ১২/১৪(১)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সুধাকৰ সিঙক অৱগত কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

ইফালে কিশোৰীগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে। তদুপৰি, বুধবাৰে আদালতত ভুক্তভোগী ছোৱালীজনীৰ বক্তব্যও লিপিবদ্ধ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd