মহানগৰীৰ ভিআইপি ৰোডৰ এটা পাহাৰত বনজুই; নিয়ন্ত্ৰণৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ
মহানগৰীৰ ভিআইপি ৰোডত বনজুই৷
কৃষ্ণগুৰু আয়ুৰ্বেদিক চিকিৎসালয়ৰ সমীপৰ এটা পাহাৰত বিয়পি পৰিছে এই বন জুই৷
অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়৷
অগ্নি নিৰ্বাপক বাহিনীয়ে বনজুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টাত অহ্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে নিয়ন্ত্ৰণ কৰিব পৰাই বন জুই।
ক’ৰ পৰা আৰু কেনেকৈ বনজুইৰ উৎপত্তি হ’ল সেয়া এতিয়াও জানিব পৰা হোৱাই নাই।