• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজামুদ্দিনৰ তবলিগীত অংশ লোৱা সকলোকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ জমিয়তৰ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 5, 2020 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শেহতীয়া ভাৱে ভাৰতবৰ্ষতো বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা৷ অসমতো ২৬ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷

এই ২৬ জন আক্ৰান্তৰ ভিতৰত ২৫ জনেই হ’ল নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক থকা লোক৷

Apply Now

নিজামুদ্দিনৰ পৰা অহা বহুকেইজন লোক বৰ্তমানো আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে৷

অসম ৰাজ্যিক জমিয়ত উলেমাই নিজামুদ্দিৰ লগত জড়িত সকলো লোককে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ল’কডাউন মানি চলিবলৈ আহ্বান জনাইছে৷

অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি হজৰত মৌলনা মুস্তাফাৰ নিৰ্দেশত মৌলানা কলিমুউদ্দিনে কয় যে দিল্লী নিজামুদ্দিন মাৰ্কাজৰ পৰা তবলিগীৰ লগত জড়িত লোক তথা বহিৰাজ্যত থকা যিকোনো লোক ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু স্বাস্থ্য পৰীক্ষা কৰোৱা হোৱা নাই৷

তেওঁলোকে অতি শীঘ্ৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰি ৰাজ্যখনক ৰক্ষাৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাজ্যিক জমিয়ত উলেমাৰ পৰা বিনম্ৰ অনুৰোধ জনাইছে৷

লগতে ক’ৰ’না ৰোধৰ বাবে অহৰহ যুঁজি থকা ৰাজ্য চৰকাৰ, প্ৰসাশন আৰু স্বাস্থ্য বিভাগক ধন্যবাদ জনায় কয় যে আৰম্ভণিৰ পৰা এতিয়ালৈ অসম চৰকাৰ, ৰাজ্যৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আমাক ৰক্ষাৰ বাবে যি অহৰহ চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকক আমি ধন্যবাদ জনাইছো ৷

আনহাতে ল’কডাউন শেষ নহোৱা পৰ্যন্ত সকলোকে স্বাস্থ্য বিভাগ, ৰাজ্য চৰকাৰৰ প্ৰতিটো নিৰ্দেশনা সকলোকে মানি চলিব বুলি ৰাজ্যিক জমিয়ত উলেমাই বিনম্ৰ বাবে অনুৰোধ জনায় ৷

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd