• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ আৰম্ভ হ’ব ‘কা’ ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন;ঘোষণা লুৰীণজ্যোতি গগৈৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 25, 2021 1:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ “কা” বিৰুদ্ধে পুনৰ ৰাজপথত আন্দোলন হ’ব বুলি ঘোষণা কৰে।

১১ ডিচেম্বৰৰ দিনটোতে পুনৰ আৰম্ভ হ’ব “কা” ৰ বিৰুদ্ধে আন্দোলন বুলি জানিবলৈ দিয়ে।

সকলো দল সংগঠনক এই আন্দোনত চামিল হ’বলৈ আহ্বান।আহি থকা দিনবোৰত শক্তিশালী ৰূপত আন্দোলনত অৱতীৰ্ণ হোৱাৰ হুংকাৰ লুৰীণজ্যোতি গগৈৰ।

আন্দোলনৰ জৰিয়তেই ফলাফল পায় আহিছে। মানুহ আকৌ ওলাই আহিব। গণতান্ত্ৰিক আন্দোলনৰ মূল্য আছে বুলিও তেওঁ উল্লেখ কৰে। “কা” আন্দোলনৰ যুক্তিযুক্ততা আছে।

Apply Now

২২ মাৰ্চৰ পৰা কভিড আৰম্ভ হোৱা বাবেই এই আন্দোলন স্তিমিত হ’ল। আন্দোলন দীঘলীয়া হ’ব নহ’লে ইজনে সিজনক সমালোচনা কৰাৰ অধিকাৰ নাথাকিব।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অকল অবিজেপি সকলে প্ৰতিবাদ বা সভা পাতিলে ক’ৰো’ন হয় বুলি ক্ষোভ উজাৰি জগদীশ ভূঞাই কয় “নিৰ্বাচনী প্ৰচাৰ হ’লে কভিড নাহে,কিন্তু আন্দোলন কৰিলে কভিড আহে। এইবোৰ সকলো নাটক।কাইলৈ আন্দোলন কৰাৰ বাবে আমাক জেইলত ভৰাই থলেও আমাৰ দলে আন্দোলন কৰি থাকিব।”

আনহাতে ১৭ ডিচেম্বৰত এবছৰ সম্পূৰ্ণ কৰিব অসম জাতীয় পৰিষদে।

জাতীয় স্বাভিমান যাত্ৰা ঘোষণা ।

ইয়াৰ উপৰিও অসমৰ চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।
APSC পৰীক্ষা সম্পৰ্কত ভাষা সম্পৰ্কীয় সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া লুৰিন জ্যোতি গগৈৰ।

অহা ১০ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ জাতীয় স্বাভিমান যাত্ৰা নামে কার্যসূচী ৰূপায়ণ কৰিব অসম জাতীয় পৰিষদে।

“ত্যাগৰ পৰা সংকল্পলৈ” বুলি অভিহিত।১০ ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰিব ajp য়ে। ৯,১০ ত দুদিনীয়াকৈ পালন কৰিব শ্বহীদ দিৱস।

“কা” সন্দৰ্ভতো প্ৰতিক্ৰিয়া-

১১ তাৰিখৰ দিনটোতে “কা” গৃহীত কৰা হৈছিল।সেয়েহে ১১ তাৰিখৰ দিনটো কলা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে। ডিচেম্বৰৰ ১২ তাৰিখে আত্মবলিদান দিৱস হিচাপে পালন কৰিব।

ডিচেম্বৰৰ ১৩ তাৰিখে মূল্যবোধৰ দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

ডিচেম্বৰৰ ১৪ তাৰিখে জাতীয়তাবোধৰ ওপৰত জাতীয়তাবাদী সন্মিলনৰ চিন্তা চৰ্চা।

ডিচেম্বৰৰ ১৬ তাৰিখে জাতীয় ঐক‍্য সন্মিলন।

ডিচেম্বৰৰ ১৭ তাৰিখে মহিলা সকলৰ বাবে বিশেষ অনুষ্ঠান।

অসমীয়া ভাষা সকলোতে বাধ্যতামূলক কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়া অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক একাষৰীয়া কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈছে চৰকাৰ।

এয়া এক আত্মঘাতী সিদ্ধান্ত।এই সিদ্ধান্ত বাতিল কৰিবলৈ ajp ৰ দাবী।অসমত অসমীয়া ভাষা জনিবই লাগিব বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে।

মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জগদীশ ভূঞাৰ, ক’ভিডৰ বাবে জীৱন জীৱিকাৰ তাড়নাত ভুগি থকা জনতাৰ দায়িত্ব মূৰ পাতি ল’ব নে চৰকাৰে? এয়া চৰকাৰৰ ব্যৰ্থতা বুলিও তেওঁ উল্লেখ কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd