স্বাস্থ্য

অসমত কোভিড-১৯ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত কোভিড-১৯ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন হৈয়ে আছে। ‘’অসমত কোভিড-১৯ত মৃত্যুৰ...

Read moreDetails

শোণিতপুৰ জিলাত দিনে ২,০০০লোকৰ ক’ভিড টেষ্ট কৰাৰ বাবে উপায়ুক্তক পৰামৰ্শ স্বাস্থ্য মন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত,আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলাখনৰ কোভিড...

Read moreDetails

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড১৯ : চিকিৎসালয়ত ভৰ্তি গৃহমন্ত্ৰীগৰাকী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড১৯ ধৰা পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত এই কথা প্ৰকাশ কৰিছে। ২ আগষ্টৰ...

Read moreDetails

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণা মুক্ত লোকৰ সংখ্যা, এদিনতে ক’ৰ’ণামুক্ত ৫১,২৫৫ গৰাকী লোক

বেয়াৰ মাজতো কিছুমান ভাল খবৰে ক’ৰ’ণাতংকত বিধ্বস্ত দেশবাসীক সাহস দিছে। মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা দিনক...

Read moreDetails

কোভিড-১৯ত আক্ৰান্ত উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ মৃত্যু

উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ কোভিড-১৯ত আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হৈছে। তেওঁ ৰাজ্যখনৰ কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী আছিল।...

Read moreDetails

গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ

ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ...

Read moreDetails

য়ে মাস্ক মুঝে দে দে ঠাকুৰ…. কৰ’নাৰ বিৰুদ্ধে কোনে চলালে এই সজাগতামূলক প্ৰচাৰ?

বলিউদৰ চিনেমাৰ এটা অতি জনপ্ৰিয় আৰু বিখ্যাত ডাইল’গ। বলিউডৰ জনপ্ৰিয় তথা প্ৰয়াত অভিনেতা আমজাদ খান আৰু সঞ্জীৱ ঠাকুৰৰ ‘শ্বোলে’ চিনেমাৰ...

Read moreDetails

অসমৰ সৰ্বকনিষ্ঠ কোভিড-১৯ ৰোগী হ’ল এটি ৯দিনীয়া কন্যা শিশু

ৰাজ্যখনৰ আটাইতকৈ কনিষ্ঠ হিচাপে হাইলাকান্দি জিলাৰ এটি ৯দিনীয়া কন্যা শিশু শুকুৰবাৰে কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি...

Read moreDetails

গৱেষণাৰ তথ্য : দুসপ্তাহ যথাৰীতি সামাজিক দূৰত্বৰ বিধি মানিলেই হ্ৰাস পায় ১৫লাখ সংক্ৰমণ!

দুসপ্তাহৰ বাবে মাত্ৰ সামাজিক দূৰত্বৰ বিধি মানি চলিলে বিশ্বত ৬৫শতাংশ কৰ’না বাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়। ইয়াৰ ফলত ১৫লাখ লোক নতুনকৈ...

Read moreDetails

অসম আৰক্ষীত কোভিড-১৯ পজিটিভৰ সংখ্যা ১,৪২৬গৰাকীলৈ বৃদ্ধি

এতিয়ালৈকে মুঠ ১,৪২৬গৰাকী অসম আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে...

Read moreDetails
Page 206 of 278 1 205 206 207 278

Stay Connected

Recent News