• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৱেষণাৰ তথ্য : দুসপ্তাহ যথাৰীতি সামাজিক দূৰত্বৰ বিধি মানিলেই হ্ৰাস পায় ১৫লাখ সংক্ৰমণ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2020 12:02 pm
social_3

ফটো সৌজন্য : ডিডি নিউজ

3.5k
VIEWS
Share on FacebookShare on Twitter

দুসপ্তাহৰ বাবে মাত্ৰ সামাজিক দূৰত্বৰ বিধি মানি চলিলে বিশ্বত ৬৫শতাংশ কৰ’না বাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়।

ইয়াৰ ফলত ১৫লাখ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰে।

চিএনএনৰ বাতৰি অনুসৰি, টেক্সাছ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ববিদ্যালয়খনৰ গৱেষক দলটোৰ মুৰব্বী এণ্ডাৰছন কেনছাৰে কয় যে যিবোৰ দেশত কৰ’নাৰ সংক্ৰমণ বিশেষভাৱে কমি গৈছে তাত সেয়া সম্ভৱ হৈছে সামাজিক দূৰত্বৰ বিধি যথাযথভাৱে পালন কৰাৰ বাবে।

যিবোৰ দেশে এই বিধি কঠোৰভাৱে পালন কৰিব পৰা নাই তাত সংক্ৰমণৰ হাৰ অধিক।

গোটেই বিশ্বতে দেখা গৈছে যে সামাজিক দূৰত্ব বিধি মানি চলিলে কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰাটো সম্ভৱ হয়।

তেনেদৰে দুসপ্তাহ যদি সম্পূৰ্ণ নিয়ম মানি সামাজিক দূৰত্ব বজাই ৰখা যায় যেতিয়াহ’লে গোটেই বিশ্বতে কৰ’নাৰ নতুন সংক্ৰমণ ৬৫শতাংশ কমাব পৰাটো সম্ভৱ বুলি জানিবলৈ দিয়ে এণ্ডাৰছনে।

বিশ্ববিদ্যালয়খনৰ গৱেষকৰ দলটোৱে গোটেই বিশ্বৰ ১৩৪খন দেশৰ পৰা সামজিক দূৰত্ব বিধিৰ তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰাৰ পাছত এই সিদ্ধান্তত উপনীত হৈছে।

উক্ত দেশসমূহৰ ভিতৰত ৪৬খন দেশে যথাৰীতি সামাজিক দূৰত্ব বজাই ৰাখি ১৫লাখ ৭০হাজাৰ লোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰিছে।

অৱশ্যে, সামজিক দূৰত্ব বিধিয়েই কৰ’না প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় নহয় বুলিও গৱেষকৰ দলটোৱে লগতে স্পষ্ট কৰি দিছে।

Tags: COVID-19

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd