• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়ত ৰোগী চাই ফুৰাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চেন্নাইৰ এগৰাকী হৃদৰোগ বিশেষজ্ঞৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 1:02 pm
206
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ৩৯ বছৰীয়া এজন হৃদৰোগ বিশেষজ্ঞৰ হাৰ্ট এটেকত মৃত্যু হৈছে। চেন্নাইৰ সভিথা মেডিকেল কলেজৰ কনচালটেণ্ট কাৰ্ডিয়াক চাৰ্জন ডাঃ গ্ৰেডলিন ৰয় বুধবাৰে চিকিৎসালয়তে অসুস্থ হৈ পৰে।

হায়দৰাবাদৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰ এক্স-ত (পূৰ্বতে টুইটাৰ) লিখিছে, “সহকৰ্মীসকলে তেওঁক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। চিপিআৰ, জৰুৰীকালীন এঞ্জিওপ্লাষ্টি, ষ্টেণ্টিং, আইএবিপি আনকি ইচিএমঅ’ইও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নোৱাৰিলে।” ডাঃ কুমাৰে কয় যে তেওঁৰ বাওঁ মূল ধমনী ১০০ শতাংশ বন্ধ হৈ যোৱাৰ ফলত হাৰ্ট এটেক হৈছিল।

Apply Now

ড০ কুমাৰে লগতে কয় যে গ্ৰেডলিন ৰয়ৰ মৃত্যু কোনো বিচ্ছিন্ন ঘটনা নহয়। যোৱা কেইবছৰমানৰ পৰা ৩০-৪০ বছৰীয়া যুৱ চিকিৎসকৰ মাজত হঠাৎ হাৰ্ট এটেক হোৱাৰ এক উদ্বেগজনক ধাৰা দেখা গৈছে।

বিশেষজ্ঞসকলৰ মতে, চিকিৎসকৰ মৃত্যুৰ আঁৰত কেইবাটাও কাৰণ আছে। যেনে:

১) অত্যধিক কামৰ বোজাঃ চিকিৎসকে প্ৰায়ে দিনটোত ১২ৰ পৰা ১৮ ঘণ্টা কাম কৰিবলগীয়া হয়। কেতিয়াবা ২৪ ঘণ্টাৰো অধিক কাম কৰিবলগীয়া হয়।

২) মানসিক চাপঃ জীৱন-মৃত্যুৰ সিদ্ধান্ত লোৱাৰ হেঁচা, ৰোগীৰ পৰা অধিক আশা, আইনী জটিলতাৰ ভয় আদিয়ে তেওঁলোকৰ ওপৰত তীব্ৰ মানসিক চাপৰ সৃষ্টি কৰে।

৩) অস্বাস্থ্যকৰ জীৱনশৈলীঃ অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ, আত্মস্বাস্থ্য পৰীক্ষাৰ অৱহেলাও ইয়াৰ বাবে দায়ী।

৪) মানসিক স্বাস্থ্যৰ প্ৰতি অৱহেলা: পেছাদাৰী মানসিক চাপৰ ফলত হোৱা হতাশা, উদ্বেগ, মানসিক ক্লান্তি প্ৰায়ে আওকাণ কৰা হয়, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

When the Healer Falls: A Wake-Up Call for Doctors’ Heart Health
💔Yesterday morning brought heartbreaking news.
Dr. Gradlin Roy, a 39-year-old cardiac surgeon, collapsed during ward rounds. Colleagues fought valiantly-CPR, urgent angioplasty with stenting, intra-aortic balloon… pic.twitter.com/cS8ViaYeYv

— Dr Sudhir Kumar MD DM (@hyderabaddoctor) August 28, 2025

এই ঘটনাই পুনৰবাৰ পোহৰলৈ আনিছে চিকিৎসকৰ কষ্টকৰ কৰ্মজীৱনৰ বাস্তৱতা আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি থকা বিপদৰ সমস্যা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd