আন্ত: ৰাষ্ট্ৰীয়

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

বেন এণ্ড জেৰী আইচক্ৰীমৰ সহ-প্ৰতিষ্ঠাপক তথা সামাজিক কৰ্মী বেন কোহেনক গাজা যুদ্ধত আমেৰিকাৰ চেনেটে ইজৰাইলক সমৰ্থন কৰাৰ প্ৰতিবাদ কৰাৰ সময়তে...

Read moreDetails

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

লাইভ ষ্ট্ৰীমিংৰ সময়ত নিজৰ দোকানতে গুলীবিদ্ধ হৈ মৃত্যু হৈছে মেক্সিকান বিউটি ইনফ্লুৱেন্সাৰ ভেলেৰিয়া মাৰ্কেজৰ। ঘটনাৰ সময়ত তেওঁ টিকটকত নিজৰ অনুগামীসকলৰ...

Read moreDetails

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলে ভাৰতত উৎপাদন কৰাটো নিবিচাৰে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ডোহাত এক বাণিজ্যিক অনুষ্ঠানত এপলৰ চিইঅ’ টিম কুকৰ...

Read moreDetails

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

ভাৰতৰ অপাৰেচন সিন্দুৰৰ বিজয়ৰ পিছত উত্থান দেখিবলৈ পোৱা গৈছে বেলুচিস্তানৰ! বেলুচ বিদ্ৰোহৰ প্ৰধান নেতা মিৰ ইয়াৰ বালোচে বুধবাৰে স্বাধীন বেলুচিস্তানৰ...

Read moreDetails

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ ভাৰতীয় ধনাঢ্য মুকেশ আম্বানীয়ে ১৪ মে’ত ডোহাৰ লুছাইল পেলেচত কাটাৰৰ আমিৰে আয়োজন কৰা ৰাতিৰ আহাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি...

Read moreDetails

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰসংঘৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা জইছ-ই-মহম্মদৰ (জেএম) মুৰব্বী মাছুদ আজহাৰৰ বাবে ১৪ কোটি টকাৰ ক্ষতিপূৰণৰ পেকেজ...

Read moreDetails

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বিশ্ববিশ্ৰুত চাৰ্চ ইঞ্জিন গুগলে নিজৰ আইকনিক ‘জি’ ল’গ’ আপডেট কৰাৰ পৰিকল্পনা কৰাৰ পৰিকল্পনা কৰিছে। ২০১৫ চনত শেষবাৰৰ বাবে পুনৰ নিৰ্মাণৰ...

Read moreDetails

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে ভাৰতীয় সেনা আৰু ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ভাৰতে চীনৰ দুটা...

Read moreDetails

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

শান্ত হৈ থকা নাই ইজৰাইল। পুনৰ গাজাত আক্ৰমণ কৰিছে ইজৰাইলে। গাজাৰ খান ইউনিছৰ এখন ইউৰোপীয় চিকিৎসালয়ত ইজৰাইলৰ বিমান আক্ৰমণত এতিয়ালৈকে...

Read moreDetails

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

৮৯ বছৰ বয়সত মৃত্যু হ’ল লেতিন আমেৰিকাৰ দেশ উৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোচে মুজিকাৰ। জোচে মুজিকাক নিজৰ দেশত "পেপে" নামেৰে জনা...

Read moreDetails
Page 46 of 363 1 45 46 47 363

Stay Connected

Recent News