দেশ

কুনোত পুনৰ তিনিটা পোৱালি জন্ম দিলে নামিবিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অনা চিতা `জালা’ই

নামিবিয়াৰ পৰা অনা মাইকী চিতা জ্বালাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা পোৱালি জন্ম দিছে। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Read moreDetails

অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

২২ তাৰিখ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে  আয়োজন কৰা হয় বিশাল অনুষ্ঠানৰ। দেশৰ ধনাঢ্যসকলৰ পৰা আৰম্ভ কৰি...

Read moreDetails

আজি গুৱাহাটীৰ মাজেৰে পাৰ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

নগাঁও আৰু মৰিগাঁও পাৰ হৈ সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মেঘালয়ৰ যোৰাবাটত উপস্থিত হয়, য’ত তেওঁ...

Read moreDetails

Ranji Trophy 2024: বিস্ফোৰক বেটিঙেৰে ৩০ বলতে অৰ্ধশতক ৰিয়ান পৰাগৰ; ৰঞ্জীত পুনৰ পৰাস্ত অসম

অধিনায়কে বেটেৰে অকলেই যুঁজিছে। বাকীসকলৰ অৱদান তেনেই নগণ্য। ফলত বৰ্তমানৰ ৰঞ্জী ট্ৰফীত অসমে বাৰে বাৰে প্ৰতিপক্ষৰ ওচৰত হাৰ মানিব লগা...

Read moreDetails

ৰাম ৰাজ্যত নিষিদ্ধ ন্যায়! অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ শংকিত বিজেপি

এতিয়া সমগ্ৰ দেশতে চলিছে ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ দাবীৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। চাৰিওফালে ৰাম ৰাজ্যৰ সপোন দেখুৱাই জনতাৰ কণ্ঠৰোধ কৰাৰো প্ৰচেষ্টা...

Read moreDetails

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা! আজি সেনাৰ মুখ্য কাৰ্যালয়েও ঘোষণা কৰিছে অৰ্দ্ধ দিনৰ ছুটী

কেন্দ্ৰীয় চৰকাৰ আৰু কেইবাখনো ৰাজ্য চৰকাৰৰ ঘোষণাৰ পিছত নতুন দিল্লীস্থিত সেনাৰ মুখ্য কাৰ্যালয়েও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে সোমবাৰে...

Read moreDetails

অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ...

Read moreDetails

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে। অসম...

Read moreDetails

মৰ্মান্তিক! বন্দুক পৰিষ্কাৰ কৰাৰ সময়তে দুৰ্ঘটনাৱশত: গুলীয়ে প্ৰাণ ল’লে জোৱানৰ

পঞ্জাৱৰ লুধিয়ানাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দুৰ্ঘটনাৱশত: বন্দুকৰ গুলী ফুটি প্ৰাণ হেৰুৱাইছে এগৰাকী জোৱানে। লুধিয়ানাৰ কংগ্ৰেছ সাংসদ ৰৱনীত সিং...

Read moreDetails
Page 1027 of 1800 1 1,026 1,027 1,028 1,800

Stay Connected

Recent News