দেশ

জন্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ যৌথ অভিযান, ৫ লস্কৰ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা বা এল অ’ চিত অনুপ্ৰেৱশৰ বাবে চেষ্টা কৰি থকা পাঁচগৰাকী লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসাবাদী আৰক্ষী আৰু সেনাবাহিনীৰ...

Read moreDetails

“ধন দিয়ক, নহ’লে ছেক্স ভিডিঅ’ ৰাজহুৱা কৰিম”, ভাবুকিৰে ধন ঘটি আৰক্ষীৰ জালত যুৱক

প্ৰথমতে ফেচবুকত ধুনীয়া ছোৱালীৰ বন্ধুত্বৰ প্ৰস্তাৱ আহে। এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতে মেচেঞ্জাৰত মেচেজ আহে। তাৰ পাছত মেচেঞ্জাৰত হোৱাটছএপ নম্বৰ...

Read moreDetails

৮ ভাৰতীয়ক কাটাৰত মৃত্যুদণ্ডৰ শাস্তি, স্তম্ভিত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়

৮ গৰাকীকৈ ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰে। কাটাৰৰ প্ৰথম পৰ্যায়ৰ আদালতে বৃহস্পতিবাৰে আল দহৰা কোম্পানীটোৰ ৮ জন ভাৰতীয় কৰ্মচাৰীক...

Read moreDetails

চাইবাৰ অপৰাধীৰ জালত সত্তৰ ঊৰ্ধ্বৰ দম্পতী, ৪ মাহত হেৰুওৱালে ৪ কোটি টকা

পূর্বতে আগশাৰীৰ কর্প’ৰেট হাউচত কাম কৰি অহা দক্ষিণ মুম্বাইৰ এহাল সত্তৰ বছৰীয়া দম্পতীয়ে চাইবাৰ অপৰাধীৰ জালত পৰি চাৰি মাহৰ ভিতৰতে...

Read moreDetails

‘নাই আন্তৰিকতা, কেৱল মোহ! লিভ-ইন হৈছে টাইম পাছ’ : এলাহাবাদ উচ্চ ন্যায়ালয়

দেশত লিভ-ইন দম্পতীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এলাহবাদ উচ্চ ন্যায়ালয়ে কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এলাহবাদ উচ্চ ন্যায়ালয়ে কয় যে লিভ-ইন...

Read moreDetails

গৰ্ভত কন্যা সন্তান! ছমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই হত্যা শহুৰেক আৰু স্বামীৰ!

এক লোমহৰ্ষক হত্যাকাণ্ডৰ বাতৰি আহিছে। এগৰাকী ছমহীয়া গৰ্ভৱতী মহিলাক স্বামী গৃহত শহুৰেকসহ স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন...

Read moreDetails

মৰ্মান্তিক! অইল টেংকাৰত খুন্দা টাটা চুম’ৰ, থিতাতে মৃত্যু ১২ জনৰ

এক ভয়ংকৰ পুথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাইছে।  কৰ্ণাটকৰ চিক্কাবল্লাপুৰত বাংগালুৰু-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ ত সংঘটিত হৈছে এই...

Read moreDetails

মহুৱা মৈত্ৰৰ প্ৰাক্তন প্ৰেমিকৰ বক্তব্য লিপিবদ্ধ কৰিব নৈতিকতা সমিতিয়ে

উৎকোচৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা বুলি তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বৃহস্পতিবাৰে লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক...

Read moreDetails

প্ৰেমিক বিবাহিত, আপত্তিজনক ফটো ভাইৰেল, আত্মহনন হাইস্কুলীয়া ছাত্ৰীৰ

বিবাহিত প্ৰেমিকে গোপন ফ’টো ভাইৰেল কৰাৰ পাছতে এগৰাকী হাইস্কুলীয়া ছাত্ৰীয়ে আত্মননৰ পথ বাছি লৈছে। বিজয়া দশমীৰ উপলক্ষ্যে দেৱী বিসৰ্জন কৰি...

Read moreDetails

চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, ধোঁৱাৰে আবৃত দুটাকৈ দবা, ভাইৰেল ভিডিঅ’

আন এক ৰে’ল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰে আগ্ৰাত এখন ৰে’লৰ দুটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে আন ডবালৈ জুই...

Read moreDetails
Page 1150 of 1852 1 … 1,149 1,150 1,151 … 1,852

Stay Connected

Recent News