যোৰহাটৰ বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎপৰিমাণৰ এল ই ডি বাল্ব কঢ়িয়াই অনা ট্ৰাক জব্দ

যোৰহাট নগৰৰ মাজ মজিয়াত শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎ পৰিমাণৰ এল ই ডি বাল্ব জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

ধুবুৰীত জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰঞ্জিত দাসে

ধুবুৰীত শুকুৰবাৰে অগপ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি...

Read moreDetails

নগাঁওত কংগ্ৰেছ এৰি অগপত যোগদান কংগ্ৰেছ নেতা নজৰুল ইছলামৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ মাজতো দলীয় বিভাজন স্পষ্টৰূপত দেখা দিছে। শুকুৰবাৰে নগাঁওত প্ৰাক্তন কংগ্ৰেছ নেতা নজৰুল ইছলামে অসম গণ...

Read moreDetails

গুৱাহাটীত শিক্ষানুষ্ঠানৰ সন্মুখতে মুকলিভাৱে বিক্ৰী হৈ আছে ধঁপাত : সমীক্ষা

ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে গুৱাহাটী মহানগৰীত অতি কৌশলেৰে আৰু পৰিকল্পিতভাৱে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক ধঁপাতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষা...

Read moreDetails

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান

বোকাখাত নগৰৰ মাজ মজিয়াত ডিফলু ৰোডৰ তিনিখন দোকানত আজি সন্ধিয়া অগ্নিকাণ্ড সংঘৰ্টিত হয়। ডিফলু ৰোডৰ বিজয় দাস নামৰ যুৱক জনৰ...

Read moreDetails

এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে : কংগ্ৰেছ

লোক সভা নিৰ্বাচন অগপ, বিজেপি আৰু বিপিএফে অসমত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিৰোধী দল হৈয়ো ১৪টা সমষ্টিত এককভাৱে নিৰ্বাচনী যুঁজত...

Read moreDetails

অসমৰ উন্নয়নৰ বাবে অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰয়োজন আছিল : মণিমাধৱ মহন্ত

আজি বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত চামগুৰিত উপস্থিত হৈ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে।...

Read moreDetails

ছবিঘৰলৈ আহিল নতুন অসমীয়া চলচ্চিত্র সীমা-দ্যা আনট’ল্ড ষ্টৰী

আজি গুৱাহাটীৰ লগতে অসমৰ মুঠ ১৯ টা চলচিত্ৰ গৃহত মুক্তি পালে নতুন অসমীয়া চলচ্চিত্র‘সীমা-দ্যা আনট’ল্ড ষ্টৰী’। পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্রখনৰ...

Read moreDetails

গুৱাহাটীত “আপোন মানুহ”ৰ সন্ধানত কুইন ওজা বনাম ববিতা শৰ্মা

“বিদেশতো আপোন মানুহ” টি ভি ধাৰাবাহিকেৰে অসমৰ লগতে গোটেই পৃথিৱীৰ অসমীয়া মানুহৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰা ববিতা শৰ্মাৰ লগতে...

Read moreDetails

কংগ্ৰেছতো বিদ্ৰোহৰ উকমুকনি; গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্যাশীৰ বিষোদগাৰ নেতৃত্বৰ বিৰুদ্ধে

বিজেপিৰ দৰেই কংগ্ৰেছতো এইবাৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিদ্ৰোহৰ উকমুকনি দেখা গৈছে। দলটোৱে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে আজি দুজনকৈ...

Read moreDetails
Page 4182 of 5646 1 4,181 4,182 4,183 5,646

Stay Connected

Recent News