কাইলৈ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্টীয়

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন এদিনীয়া শৃংখলাটোৰ গুৱাহাটীত দেওবাৰে অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন খেলৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। সীমিত...

Read moreDetails

পথ দুৰ্ঘটনা : এম্বুলেঞ্চত মৃতদেহ লৈ কাকপথাৰৰ চেলেংগুৰিত ঘাইপথ অৱৰোধ

এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। কাকপথাৰৰ চেলেংগুৰিত...

Read moreDetails

কিশোৰী ধৰ্ষণত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ

ৰাজ্যখনত দুৰ্গোৎসৱৰ আনন্দৰ মাজতে বিভিন্ন ঠাইত যৌন নিৰ্যাতন, ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ সময়তে চতিয়াৰ বালিডোঙাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ...

Read moreDetails

#meToo: ‘চুবলৈ দিছিল লিংগ, উৰুত ফুৰাইছিল হাত’, খ্ৰীষ্টান গুৰুৰ বিৰুদ্ধে সোচ্চাৰ শ্বিলঙৰ মহিলা

অৱশেষত শ্বিলং পালেহি বিশ্ব কঁপোৱা #meToo! শ্বিলঙৰ দুগৰাকী খ্ৰীষ্টান ধৰ্মগুৰুৱে শৈশৱত বহু বছৰ ধৰি যৌন নিৰ্য্যাতন চলোৱাৰ “কাহিনী” শুকুৰবাৰে চ’চিয়েল...

Read moreDetails

মৌখিক পৰীক্ষাৰ চেলুৰে ৬গৰাকীকৈ ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা শিক্ষকৰ আত্মসমৰ্পণ আৰক্ষীৰ ওচৰত

মৌখিক পৰীক্ষাৰ সময়ত এগৰাকী এগৰাকীকৈ মাতি নি অকলশৰীয়া অৱস্থাত ৬গৰাকীকৈ ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা কোকৰাঝাৰৰ এজন লম্পট শিক্ষকে আজি আৰক্ষীৰ...

Read moreDetails

নলবাৰীৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৬জন, উদ্ধাৰ অভিযান অব্যাহত

ৰাজ্যত পুনৰ সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰী জিলাৰ মুকালমুৱাত এখন বাছ বাগৰি পৰি হোৱা এই দুৰ্ঘটনাত কমেও ৬...

Read moreDetails

নগাঁৱত ৭০ লক্ষাধিক টকাৰ চোৰাং আগৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

নগাঁৱত সক্ৰিয় হৈ পৰিছে আগৰৰ চোৰাং ব্যৱসায়ী। আজি পুৱা বৰঘাট আৰক্ষীয়ে এখন চোৰাং আগৰ কাঠভৰ্তি ট্ৰাক জব্দ কৰাটোৱে এই কথা...

Read moreDetails

২৩ অক্টোবৰত অসম বন্ধৰ আহ্বান ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ; নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা

অহা ২৩ অক্টোবৰ আৰু ১৬ ১৭ নৱেম্বৰত কৃষক মুক্তিকে ধৰি ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ আহ্বান অহা ২৩ অক্টোবৰৰ দিনা...

Read moreDetails

গুৱাহাটী প্ৰে’ছ ক্লাবত সদ্যপ্ৰয়াত শিল্পী কিশোৰ গিৰিৰ স্মৃতি সভা

গুৱাহাটী প্ৰে’ছ ক্লাবৰ চিনাকী মুখ, সদ্যপ্ৰয়াত শিল্পী কিশোৰ গিৰিৰ স্মৃতিত সোমবাৰে ক্লাবটোত এখন সভা আয়োজন কৰিছে তেওঁৰ সতীৰ্থ তথা শুভাকাংক্ষীসকলে।...

Read moreDetails

তিব্বতৰ বান্ধ-হ্ৰদত ফাট : সৰ্বাধিক সতৰ্কতা জাৰি ধেমাজি জিলা প্ৰশাসনৰ

তিব্বতত সংঘটিত ভূমিস্খলনৰ ফলত য়াৰ্লু চাংপোৰ গতিপথ ৰূদ্ধ কৰা বান্ধ হ্ৰদত শেহতীয়াকৈ হোৱা ফাটৰ ফলস্বৰূপে আকস্মিক বানত নামনি এলেকা প্লাৱিত...

Read moreDetails
Page 4619 of 5642 1 4,618 4,619 4,620 5,642

Stay Connected

Recent News