ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ গাফিলতিৰ বাবেই বলৱৎ হোৱা নাই ডাইনী বিৰোধী আইন : দিব্যজ্যোতি শইকীয়া
ডাইনীজনিত অন্ধবিশ্বাস কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱা ‘অসম ডাইনী বিৰোধী আইন-২০১৫’ ৰাজ্যত এতিয়ালৈকে বলৱৎ হোৱা নাই।...
Read more