১৭ আগষ্টৰ পৰা ৰাজ্যত এম আৰ ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব ৷ বৰপেটাত আজি এই কথা সদৰি কৰে অতিৰিক্ত...
Read moreDetailsনীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই এৰা পানীৰ ফলত গোলাঘাটত বাঢ়নী পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বুধবাৰে নিশা অহা বাঢ়নী পানীৰ ফলত...
Read moreDetailsএন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে প্ৰায়ভাগ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, একাংশ ৰাজনৈতিক দল আৰু নেতা বিশেষকৈ পশ্চিম বংগৰ...
Read moreDetailsদীৰ্ঘদিন ধৰি বশিষ্ঠ মন্দিৰৰ চৌহদৰ ভূমি বেদখল কৰি অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব মহানগৰ প্ৰশাসনে। মন্দিৰৰ চৌহদ আৰু...
Read moreDetailsখিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই...
Read moreDetailsনাগালেণ্ডৰ পৰা নামি অহা ঢলে গোলাঘাটৰ সৰুপথাৰ বৰপথাৰৰ লগতে বোকাখাত মহকুমাৰ নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাত এতিয়া বিভিষিকাময় পৰিস্থিতিৰ উদ্ভৱ...
Read moreDetailsডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাখন যোৱা দেওবাৰে সামৰণি পৰে। এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখন ডিব্ৰুগড়ৰৰ...
Read moreDetailsএ পি এছ চিৰ কেলেংকাৰিৰ সৈতে জড়িত হৈ কাৰাগাৰত বন্দী হৈ থকা ৬ জন এ পি এছ বিষয়াক বুধবাৰে ৰাজ্য...
Read moreDetailsউগ্ৰপন্থী কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কটকটীয়া নিৰাপত্তা বেহু অতিক্ৰম কৰি মুখ্য মন্ত্ৰীক সাক্ষাত কৰিবলৈ যোৱা বিজেপিৰ...
Read moreDetailsশিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা ভৱনত সংবাদ মাধ্যমৰ স'তে মত বিনিময় কৰে। উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানটোত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd