নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও চৰকাৰী অৱহেলাৰ বাবে এৰাবাৰীত পৰিণত লিডুৰ আই টি আই

চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ দাবী জনাই অহাৰ বিপৰীতে বাস্তৱত ইয়াৰ এক অন্য ছবিহে দেখিবলৈ পোৱা যায়। তিনিচুকীয়া জিলাৰ লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ (আই টি...

Read moreDetails

দৰঙৰ অপহৃত যুৱতীক উদ্ধাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ এজন যুৱক

দৰং আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে ব্যাপক অভিযান চলাই এই সংক্ৰান্তত বুধবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। অপৰাধী যুৱকজনক...

Read moreDetails

মিন্টু আৰু জয়াৰ বিবাহ সম্পন্ন : ঘোঁৰাথালৰ হত্যাকাণ্ডৰ ৬ অভিযুক্তক হাজিৰ কৰোৱা হ’ব আদালতত

নলবাৰীৰ ঘোঁৰাথালত যোৱা মঙলবাৰে বিবাহ অনুষ্ঠানত ফটকা ফুটোৱাক লৈ সংঘটিত হোৱা হত্যাকাণ্ডৰ পিছত গাঁৱখনত বিৰাজ কৰা কৰুণ পৰিস্থিতিৰ এতিয়া অৱসান...

Read moreDetails

উত্তৰ-পূব পৰিষদৰ ৬টা গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ

উত্তৰ-পূবৰ প্ৰতি সততে বিশেষ দৃষ্টি দি অহাৰ দাবী কৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰ-পূব পৰিষদৰ ছটাকৈ গুৰুত্বপূৰ্ণ বিভাগ...

Read moreDetails

এন আৰ চিৰ চূড়ান্ত খচৰা : অসমৰ পৰা সম্ভাৱ্য অনুপ্ৰৱেশক লৈ শংকিত মমতা বেনাৰ্জী

উচ্চতম ন্যায়ালয়ে অহা ৩০ জুলাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছত চূড়ান্ত খচৰা প্ৰকাশৰ বাবে...

Read moreDetails

নগাঁৱৰ বেবেজীয়াত ব্যাপক গছ পুলি ৰোপন বন বিভাগৰ

নগাঁও জিলাৰ বেবেজীয়াৰ বিভিন্ন স্থানত গছ পুলি ৰোপনৰ লক্ষ্যৰে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সম্পন্ন হয়। বন...

Read moreDetails

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ ক্লু বিচাৰি পোৱা নাই আৰক্ষীয়ে

মঙলবাৰে ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লত সংঘটিত ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে।...

Read moreDetails

গ্রন্থৰ সুবাস বিচাৰি চামতা আঞ্চলিক সাহিত্য সভাৰ ব্যতিক্ৰমী অভিযান

নলবাৰী জিলাৰ অন্তৰ্গত চামতা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত ১ জুলাইৰ পৰা ২৯জুলাইলৈ গ্ৰন্থ সংগ্ৰহ অভিযান চলাই থকা হৈছে। চামতা আঞ্চলিক...

Read moreDetails

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এহাল বৃদ্ধ দম্পতীৰ কৰুণ গাথা

নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ নিজ চলচলি গাওঁ পঞ্চায়তৰ ব্ৰাহ্মণ গাৱঁৰ বাসিন্দা জয় চন্দ্ৰ শৰ্মা। ১৯২৯ চনত জন্মগ্ৰহণ কৰা...

Read moreDetails

ধৰ্ষণৰ অভিযোগ : বিধায়ক নিজামুদ্দিন চৌধুৰীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত আত্মগোপন কৰি থকা বৰাকৰ এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ অগ্ৰিম জামিনৰ আবেদন...

Read moreDetails
Page 5256 of 5952 1 5,255 5,256 5,257 5,952

Stay Connected

Recent News