গুৱাহাটীত ২৫ ফেব্ৰুৱাৰিত হিপ হপ সংগীত অনুষ্ঠান

গুৱাহাটীত অহা ২৫ ফেব্ৰুৱাৰিত এক হিপ হপ সংগীত অনুষ্ঠান আয়োজন কৰা হৈছে। অনুষ্ঠানটোত খ্যাতনামা ভাৰতীয় হিপ হপ শিল্পী ৰফটাৰ আৰু...

Read moreDetails

গুৱাহাটীৰ মেট্ৰ’ কমিউনিটিয়ে অনুষ্ঠিত কৰিব লিংগ সমতাৰ বিষয়ে মুকলি আলোচনা

গুৱাহাটী মেট্ৰ’ কমিউনিটিয়ে ‘চি ফৰ চেইঞ্জ’ৰ সহযোগত অহা ৫ ফেব্ৰুৱাৰীত লিংগ সমতাৰ বিষয়ত এখন মুকলি আলোচনা চক্ৰ আৰু ‘চি টক্চ’...

Read moreDetails

কোকৰাঝাৰত পথ মেৰামতিৰ দাবীত অৱৰোধ কাৰ্যসূচী গ্ৰহণ এ বি এমছু, আক্ৰাছু আৰু অন্যান্য সংগঠনৰ

কোকৰাঝাৰৰ পৰা ফুটকিবাৰীলৈ যোৱা পথটো এসপ্তাহৰ ভিতৰত মেৰামতি কৰাৰ দাবীৰে এ বি এমছু, আক্ৰাছু আৰু বিভিন্ন দল-সংগঠনে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি...

Read moreDetails

মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

যোৱা ২৫ জানুৱাৰীৰ মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ডিমা হাচাও জিলা প্ৰশাসনে। কৰিমগঞ্জ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰঞ্জিতকুমাৰ...

Read moreDetails

কাজিৰঙাত ইণ্ডিয়ান আচিয়ান কাৰ ৰেলী : নিশা অগৰাতলি ৰিজৰ্টত কটাই পুৱাতেই গুৱাহাটীলৈ যাত্ৰা

৪ খন ৰাষ্ট্ৰৰ ৭ খন চহৰ পৰিভ্ৰমন কৰি বৃহস্পতিবাৰে বিয়লি বোকাখাতত আহি উপস্থিত হয় ইণ্ডিয়ান আচিয়ান কাৰ ৰেলী ।দক্ষিণ এচিয়াৰ...

Read moreDetails

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা যোৱা স্কুলীয়া ছাত্ৰৰ দলে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা স্কুলীয়া ছাত্ৰৰ দলে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক সাক্ষাৎ কৰে। অৰুণাচল প্ৰদেশৰ...

Read moreDetails

শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সামৰণি

বিটিচিৰ ওদালগুৰি জিলাৰ কলাইগাঁৱ শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ শ্ৰী শ্ৰী ভাগৱত মন্দিৰৰ সোণালী জয়ন্তী উৎসৱ বেছ উলহ-মালহেৰে পৰিসমাপ্তি ঘটিল। সোণালী...

Read moreDetails

আজিৰে পৰা গুৱাহাটীত মুকলি হ’ব ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়

শুকুৰবাৰে গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় মুকলি হোৱাৰ লগে লগে ভাৰত-ভূটান সম্পৰ্কৰ দিশত এক নতুন অধ্যায়ৰ সূচনা হ’ব। গুৱাহাটীত ভূটানৰ...

Read moreDetails

কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব: প্ৰকাশ কাৰাট

চিপিআই-এমৰ নেতা প্ৰকাশ কাৰাটে বৃহস্পতিবাৰে কয় যে ত্ৰিপুৰাৰ ভোটাৰে অহা ১৮ ফেব্ৰুৱাৰীৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰি কেন্দ্ৰৰ ‘জন বিৰোধী...

Read moreDetails

লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱঃ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

অসমৰ জাতি-জনগোষ্ঠীৰ লোকসংস্কৃতিৰ প্ৰতিবিধ সামগ্ৰী-বাদ্যযন্ত্ৰই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সোণসেৰীয়া কৰি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়া...

Read moreDetails
Page 5482 of 5642 1 5,481 5,482 5,483 5,642

Stay Connected

Recent News