ৰাষ্ট্ৰপতি ভৱনৰ কৰ্তৃপক্ষই উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক নতুন দিল্লীৰ লুটিয়েন হিলত অৱস্থিত দেশৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনলৈ এক পৰিচয় ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।...
Read moreDetailsনামনি অসমৰ এখন উল্লেখযোগ্য সভা মহোৎসৱ হ’ল ঐতিহ্যমণ্ডিত সৰ্থেবাৰী সভা। এইবাৰ ১৫২ সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱখন ৩০...
Read moreDetailsমেঘালয়ৰ আসন্ন নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানকলৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে দুটা সমষ্টিৰ...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় চহৰৰ ১ নং লক্ষী নগৰত থকা বাসগৃহলৈ যোৱা পথটোৰ অৱস্থা যোৱা কেইবা বছৰো ধৰি শোচনীয়...
Read moreDetails‘অসমৰ মাটিত কোনো উপগ্ৰহীয় পৰিষদ বা বিশেষ উন্নয়ন কৰ্তৃপক্ষ গঠনৰ অনুমতি দিয়া নহ’ব। অসমৰ এক ইঞ্চি ভূমিও ত্যাগ কৰা নহ’ব।’...
Read moreDetailsসোমবাৰে দুলীয়াজানৰ বিহুতলিত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৬৯ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি...
Read moreDetailsদুজন যুৱকে প্ৰাণ হেৰুৱাব লগা হোৱা মাইবাং কাণ্ডত বিজেপি-আৰ এছ এছ জড়িত থকা বুলি আজি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছ...
Read moreDetailsআজি সেনা-আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে অভিযানৰ সময়ত মৰাণ চাহ বাগিচাৰ পৰা সদৌ আদিবাসী নেশ্যনেল লিবাৰেইশ্যন আৰ্মি, চমুকৈ 'আনলা'ৰ দুজন...
Read moreDetailsইউনাইটেড পিপল’ছ পাৰ্টী লিবাৰেল(ইউপিপিএল)ৰ যুৱ গোটৰ কেন্দ্ৰীয় সমিতিয়ে ৩১ জানুৱাৰি তাৰিখে দ্বিতীয় সংখ্যক বাৰ্ষিক সন্মিলনখনী অনুষ্ঠিত কৰিব। চিৰাং জিলাৰ থাইকাঝোৰাস্থিত...
Read moreDetailsমাইবাঙত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰি দুজন নিৰীহ লোকক হত্যা কৰা ঘটনাক হিল ট্ৰাইবেল লীগে তীব্ৰ গৰিহণা দিছে। ঘটনাটোৰ গৰিহণা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd