• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ৰাষ্ট্ৰীয় ৰাজধানীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 9:58 am
Rashtrapati-Bhawan-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি ভৱনৰ কৰ্তৃপক্ষই উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক নতুন দিল্লীৰ লুটিয়েন হিলত অৱস্থিত দেশৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনলৈ এক পৰিচয় ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। অহা ফেব্ৰুৱাৰীৰ ২ তাৰিখে দিনৰ ২ বজাত ৰাষ্ট্ৰপতি ভৱনলৈ নাগৰিকসকলক আমন্ত্ৰণ জনোৱা হৈছে।

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে ৰাষ্ট্ৰপতি ভৱন দিৱস উপলক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Apply Now

ৰাজ্যিক আনুষ্ঠানিক পেৰেড গ্ৰাউণ্ডত এক আদৰণি অনুষ্ঠানেৰে ৰাষ্ট্ৰপতি ভৱনৰ যুটীয়া আয়ুক্ত ৰবীন হিব্ৰুৱে কাৰ্যসূচী আৰম্ভ কৰিব আৰু ইয়াৰ পিছতে মুখ্য প্ৰদৰ্শকে ৰাষ্ট্ৰপতি ভৱনৰ ইতিহাস বৰ্ণনা কৰিব।

উপস্থিত ভ্ৰমণকাৰীসকলক ঐতিহাসিক ভৱনটোৰ লগতে ইয়াৰ ভিতৰত থকা কাৰকাৰ্যসমূহৰ সৈতে পৰিচয় কৰি দিয়া হ’ব। ভৱনটোৰ ভিতৰত ৩৭৩ টা কোঠালি আছে য’ত ব্ৰিটিছৰ ৰজা, ৰাণী, লৰ্ড, ভাইচৰয়সকল, প্ৰেছিডেন্ট আৰু ৰাজকুমাৰী বাস কৰিছিল।

ইয়াৰ লগতে সংলগ্ন হৈ থকা ৰাজকীয় মোগল গাৰ্ডেনতো এপাক ভ্ৰমণৰ সুবিধা লাভ কৰিব।

ৰাষ্ট্ৰপতি ভৱনত ব্যক্তিগত ফটো লোৱা নিষিদ্ধ হোৱাৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ চৰকাৰী ফটোগ্ৰাফাৰে গ্ৰুপ ফটোগ্ৰাফ তুলিব।

অভ্যাগতসকলক ভৱনৰ পাকঘৰত তৈয়াৰ কৰা বিশেষ বিস্কুট আৰু চাহেৰে আপ্যায়ন কৰা হ’ব।

অভ্যাগতক বিদায়ৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ দক্ষিণ ভাগলৈ লৈ যোৱা হ’ব য’ত প্ৰস্থানৰ বাবে শাৰী শাৰীকৈ গাড়ী ৰখা থাকিব।

ৰাষ্ট্ৰপতি ভৱনৰ যুটীয়া আয়ুক্তই ভ্ৰমণৰ বাবে ইচ্ছুক দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক তেওঁলোকৰ ভ্ৰমণ নিশ্চিত কৰিবলৈ নিজৰ লগতে পৰিয়ালৰ সদস্যৰ নম্বৰৰ সৈতে এছএমএছ বা হোৱাটছএপৰ  যোগে ৯৮১০০৮৩৪৮৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd