• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 30, 2018 7:32 am
IMG-20180129-WA0006

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখৰ পথটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় চহৰৰ ১ নং লক্ষী নগৰত থকা বাসগৃহলৈ যোৱা পথটোৰ অৱস্থা যোৱা কেইবা বছৰো ধৰি শোচনীয় হৈ পৰি আছে।

প্ৰতি বছৰে বাৰিষা কালত বোকাময় পথটোৰ অৱস্থা ইমান শোচনীয় হৈ পৰে যে অঞ্চলটোৰ লোকসকলে যাতনাৰ সন্মুখীন হ’বলগীয়া হয়। পথটোৰ অৱস্থা এনেকুৱা পৰ্যায় পাইছে যে এজাক ধাৰাসাৰ বৰষুণ দিলেই পথটো যাতায়তৰ বাবে অনুপযোগী হৈ পৰে।

Apply Now

মুখ্যমন্ত্ৰীৰ বাসগৃহটো লক্ষী নগৰ পথৰ আৰম্ভণিতে অৱস্থিত। একমাত্ৰ তেওঁৰ বাসগৃহটো পাৰ হোৱালৈকে পথছোৱা পকী কৰা হৈছে যদিও বাকী গোটেই পথটো বোকাময়।

লক্ষীনগৰ উন্নয়ন সমিতিৰ সভাপতি তথা আঞ্চলিকবাদী অসম গণ পৰিষদৰ (এএজিপি) সভাপতি সুনীল ৰাজকোঁৱৰে কয় যে ১৯৯৯ চনত সৰ্বানন্দ সোণোৱালে ১ নং লক্ষী নগৰ পথৰ আধাৰশিলা স্থাপন কৰিছিল। সোণোৱাল তেতিয়া আছুৰ সদস্য আছিল।

‘’বাৰিষা কালত বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসালয়লৈ যাবলগীয়া ৰোগীসকলে পথটোৰ শোচনীয় অৱস্থাৰ বাবে তীব্ৰ অসুবিধাৰ সন্মুখীন হয়। পূৰ্বৰ চৰকাৰখনেও পথটো নিৰ্মাণ নকৰিলে। ‘পৰিৱৰ্তন’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনতো এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যোৱা পথটোৰে এনে জৰাজীৰ্ণ অৱস্থা। আমাৰ ঘৰলৈ যেতিয়া আলহী ফুৰিবলৈ আহে পথটো এতিয়াও একেদৰে পৰি থকাৰ বাবে আমি লজ্জাবোধ কৰো,’’-১নং লক্ষী নগৰৰো বাসিন্দা সুনীল ৰাজকোঁৱৰে কয়।

তেওঁ লগতে কয় যে শীঘ্ৰে এই পথছোৱা নিৰ্মাণ কৰা হ’ব বুলি তেওঁ আশাবাদী।

তদুপৰি, বহু আৱেদনৰ পিছত ১ নং লক্ষী নগৰৰ এগৰাকী বাসিন্দা গোৱিন চাংমাইয়ে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা ফেচবুকত প’ষ্ট কৰি দিছিল। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি চাংমাইয়ে কয় যে বহু আৱেদনৰ পিছতো কোনোৱে বিষয়টো গুৰুত্ব সহকাৰে নল’লে। ‘’মই ৰাইজৰ দুৰ্দশাৰ কথাটো ফেচবুকৰ দৰে ছচিয়েল মিডিয়াৰ জৰিয়তে উপস্থাপন কৰিছিলো।‘’

চাংমাইয়ে লগতে কয় যে ‘’ ১ নং লক্ষী নগৰৰ ৰাইজে পথটো নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়কক আবেদন জনাইছিল কিন্তু তেওঁলোকে বিষয়টোত গুৰুত্ব নিদিলে। ১০০০ তকৈয়ো অধিক লোকে এই অঞ্চলটোত বাস কৰে কিন্তু চৰকাৰ তথা স্থানীয় বিধায়কে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই।‘’

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd