ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগতো কুঁৱৰীটোল গান্ধী খেল পথাৰত অতি আড়ম্বৰপূৰ্ণভাৱে...
Read moreDetails১৯০৫ চনৰ ২৩ ফ্ৰেব্ৰুৱাৰিতে প্ৰতিষ্ঠা লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰ’টেৰী ক্লাবৰ গুৱাহাটী শাখাই অহা ২৮ জানুৱাৰিত প্ৰদান কৰিব বৃত্তিমূলক উৎকৰ্ষসাধক...
Read moreDetailsপ্ৰযুক্তি নগৰী স্থাপনেৰে ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিবলৈ ওলাইছে ৰাজ্য চৰকাৰ। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা বৰঝাৰৰ লোকপ্ৰিয়...
Read moreDetailsপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰিব। গুৱাহাটীত কালি...
Read moreDetailsপ্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা পৰিচালিত ‘That Gusty Morning’ চিনে’মাখন মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। মহোৎসৱখন ২৮ জানুৱাৰিৰ...
Read moreDetailsৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন হৈ থকাৰ সমান্তৰালকৈ মহানগৰীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত জাৰ্নেলিষ্ট ফৰাম অব আচামে অতি উলহ-মালহেৰে...
Read moreDetails৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ মাজতে তিনিচুকীয়াৰ জাগুণত সংঘটিত হ’ল বোমা বিস্ফোৰণ। ৰাজ্যৰ চৌদিশে...
Read moreDetailsবৃহস্পতিবাৰে ১২ঘণ্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীলৈ মাইবং আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ...
Read moreDetailsঅসমৰ জাপিয়ে গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত স্থান পাইছে। জাপি হৈছে অসমৰ এক পৰম্পৰাগত আৰ্হিৰে প্ৰস্তুত কৰা মূৰত পিন্ধা আৱৰণ। বাঁহ...
Read moreDetailsৰাজ্যৰ স্বাস্থ্য বিভাগৰ এ এন এম নাৰ্ছে অবৈধভাৱে নিযুক্তি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শেহতীয়াকৈ গুৱাহাটী উচ্চ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd