• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

২৮ জানুৱাৰীত ৰ’টেৰী ক্লাবে প্ৰদান কৰিব বৃত্তিমূলক উৎকৰ্ষসাধক বঁটা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2018 6:18 pm
Rotary Club
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯০৫ চনৰ ২৩ ফ্ৰেব্ৰুৱাৰিতে প্ৰতিষ্ঠা লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰ’টেৰী ক্লাবৰ গুৱাহাটী শাখাই অহা ২৮ জানুৱাৰিত প্ৰদান কৰিব বৃত্তিমূলক উৎকৰ্ষসাধক বঁটা। এই সন্দৰ্ভত ৰ’টেৰী ক্লাবে কালি গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেল সম্বোধন কৰে।

এই ক্লাবৰ মহানগৰ শাখাৰ সহকাৰী গভৰ্নৰ ড০ নবীন মজুমদাৰে জানিবলৈ দিয়া মতে তেওঁলোকে এই বঁটা প্ৰদান অনুষ্ঠানটো মহানগৰীৰ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কৰিব।

Apply Now

তদুপৰি উক্ত সংবাদমেলত নবীন মজুমদাৰে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই বঁটা ২০০৯ চনৰ পৰাই প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজৰ পৰা বৃত্তিগত দিশত পাৰদৰ্শিতা প্ৰদান কৰা তথা সমাজৰ অন্য লোকসকলক জীৱিকা নিৰ্বাহৰ পথ প্ৰশস্ত কৰি অহা লোকসকলক উৎসাহিত কৰিবৰ বাবে প্ৰত্যেক বছৰে কিছুসংখ্যক লোকক এই বঁটা প্ৰদান কৰি আহিছে।এইবছৰো তেওঁলোকে সৰ্বমুঠ ১৬ গৰাকী লোকক এই বঁটাৰ বাবে নিৰ্বাচন কৰি উলিয়াইছে বুলি সংবাদ মেলত সদৰী কৰে।

তেওঁলোকে জানিবলৈ দিয়া মতে মহানগৰৰ এইবাৰো মুঠ ৮ টা ক্লাবে ৰাজ্যৰ ভিতৰুৱা গাওঁ সমূহত গৈ শিক্ষা, কৃষি, ক্ষুদ্ৰ উদ্যোগ ইত্যাদি বৃত্তিগত দিশসমূহত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোকসকলক নিৰ্বাচন কৰি উলিয়াইছে। আনহাতে এই ৮ টা ক্লাবৰ প্ৰত্যেকে ২ গৰাকীকৈ লোকক নিৰ্বাচন কৰি উলিওৱা বুলি জানিব পৰা গৈছে।

সমাজৰ বাবে অৰিহণা যোগাই অহা অথচ আৰ্থিক দীনতাৰ বাবে নিজৰ বৃত্তিটোক আগুৱাই নিব নোৱাৰা সকলক বঁটা আৰু আৰ্থিক সাহায্য প্ৰদান কৰি উৎসাহিত কৰাটোৱেই এই সংস্থাটোৰ উদ্দেশ্য।

ইতিমধ্যে এই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাছি উলিওৱা কিছুসংখ্যক বঁটা প্ৰাপকৰ নাম প্ৰাকাশ কৰিছে। তেওঁলোকৰ ভিতৰত তেনজিং বডোচা, মাৰ্টিন ৰাভা, শ্ৰীমতী ৰঞ্জনবেন ব্যাস, মৃদুলা তালুকদাৰ, উশাবী পাঠক, চাইদুল ইছলাম আৰু চক্ৰেশ্বৰ ৰয় বুলি জানিব পৰা গৈছে। এওঁলোকক ২৮ জানুৱাৰিৰ বিয়লি ৪ বজাত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। সংস্থাই জানিবলৈ দিয়া মতে পুৰুষসকলক প্ৰয়াত দেৱকান্ত কাকতি সোৱৰণী বঁটা আৰু মহিলা সকলক প্ৰয়াত নিৰ্মালী কাকতি সোঁৱৰণী বঁটা প্ৰদান কৰিব।

লক্ষণীয় যে এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা বৰ্তমানৰ ডাউন টাউন ইউনিভাৰ্চিটীৰ অধ্যক্ষ ড০ অমৰ জ্যোতি চৌধুৰী আৰু সন্মানীয় অতিথি হিচাপে মহানগৰৰ ডন বস্ক স্কুলৰ অধ্যক্ষ বি. এম. থমাছ উপস্থিত থাকিব বুলি উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়ে। ইফালে এই সভাত অধ্যক্ষতা কৰিব ৰ’টেৰী ক্লাবৰ জিলা গভৰ্নৰ সুনীল স্বৰাজে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd