অসম

ভাৰতৰ সকলো ৰাজ্যতে বাংলাদেশীক সংস্থাপনৰ বাবে দিল্লীক হেঁচা দিব দিছপুৰে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত বিজেপিৰ অসম প্ৰদেশ কমিটিয়ে জনাইছে যে ৰাজ্যৰ এক শ্ৰেণী লোকে নাগৰিকত্ব সংশোধনী...

Read more

মণিপুৰত নতুন বিদ্ৰোহী সংগঠনৰ সদস্য গ্ৰেপ্তাৰ

মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলচ ট্ৰুপাৰে যুটীয়া অভিযান চলাই আজি এটা নৱগঠিত বিদ্ৰোহী সংগঠন এটাৰ তিনিজনকৈ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম...

Read more

গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰদ্বয়লৈ ড০ এ পি জে আব্দুল কালাম ইগ্নাইত বঁটা প্ৰদান

ভৰিৰে চালিত এটা চাহ বনুৱা যন্ত্ৰ উদ্ভাৱন কৰা গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰদ্বয় সবুজ শইকীয়া আৰু কৌস্তভ  মণি মালাকাৰলৈ ২০১৭ বৰ্ষৰ ...

Read more

নিৰ্বাচন আহিলেহে প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কথা মনত পেলায়ঃ অংকিতা দত্ত

যেতিয়াই সন্মুখত কোনো নিৰ্বাচন আহি উপস্থিত হয় তেতিয়াই প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কাহিনী আওৰায়। আমগুৰি সমষ্টিৰ সৈতে জড়িত জলন্ত সমস্যাসমূহক...

Read more

জানুৱাৰিৰ পৰা চলিব ব্ৰহ্মপুত্ৰৰ খনন : কাজিৰঙাত ঘোষণা নিতীন গাডকাৰিৰ

আজি কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ সৈতে হোৱা এক বৈঠকৰ  শেষত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰিয়ে ঘোষণা কৰে যে,...

Read more

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা নথি দাখিলৰ সম্পৰ্কত ৰুজু হৈছে বৃহৎ সংখ্যক গোচৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত ভুৱা এন আৰ চি নথি দাখিলৰ বৃহৎ সংখ্যক...

Read more

মণিপুৰত দুদিনীয়াকৈ বহনক্ষম উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

মণিপুৰৰ ইম্ফলত দুদিনীয়াকৈ 'বিশ্বায়নৰ যুগত বহনক্ষম বিকাশ আৰু উত্তৰ-পূব ভাৰত' শীৰ্ষক এখন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। ইম্ফলৰ ডি এম...

Read more

হঠাৎ অসুস্থ অখিল গগৈঃ কাৰাগাৰত থকাৰ সময়ত আঁঠুৱা যোগান নধৰাৰ অভিযোগ ধৈৰ্য্য কোঁৱৰৰ

জেলৰ পৰা অহা ৪৮ ঘন্টা পাৰ নহওঁতেই কালি কৃষক নেতা অখিল গগৈ হঠাৎ অসুস্থ হৈ পৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ...

Read more

ৰঙালী মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী

ৰঙালী পৰ্যটন মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে গুৱাহাটী। এই মহোৎসৱখনি অহা ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে শ্ৰীমন্ত...

Read more

ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱজাতকৰ দুটাকৈ মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ দুটা ভিন্ন প্ৰান্তত দুটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি দিনৰ প্ৰায় ১১:৩০ বজাত মহানগৰীৰ ভূতনাথত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ...

Read more
Page 5510 of 5590 1 5,509 5,510 5,511 5,590

Recent News