• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন আহিলেহে প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কথা মনত পেলায়ঃ অংকিতা দত্ত

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 30, 2017 7:11 pm
জাঁজীত সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত অংকিতা দত্ত

জাঁজীত সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত অংকিতা দত্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়াই সন্মুখত কোনো নিৰ্বাচন আহি উপস্থিত হয় তেতিয়াই প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কাহিনী আওৰায়। আমগুৰি সমষ্টিৰ সৈতে জড়িত জলন্ত সমস্যাসমূহক আওকান কৰি বিধায়ক গৰাকীয়ে বিধানসভাত অতি সাধাৰণ বিষয়বোৰহে উত্থাপন কৰে।  জাঁজীৰ নন্দনবন ৰিজ’ৰ্টত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অংকিতা দত্তই।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰে যে প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ কাৰ্যকালত সমষ্টিটোত পথ নিৰ্মাণ, গড়কপ্তানি, আন্তঃগাঁথনিকে ধৰি বৰ্তমান সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তুলনাত প্ৰভূত উন্নয়ন সাধিত হৈছিল। পঞ্চায়তত বিধায়কগৰাকীয়ে তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক ব্যৱস্থাটোত ব্যাঘাত  জন্মাইছে।

Apply Now

বৰ্তমান নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নতুন সভাপতি ৰাহুল গান্ধীয়ে আগন্তুক নিৰ্বাচনত দল আৰু ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাসী যুৱ, উদ্যোগী তথা গতিশীল নেতাক অগ্ৰাধিকাৰ দিব। অংকিতা দত্তই বৰ্তমানৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি জলন্ত সমস্যাসমূহৰ প্ৰতি তেওঁলোকে উদাসীনতা প্ৰদৰ্শন কৰাৰ অভিযোগ তোলে।

অবৈধ প্ৰব্ৰজন, বৃহৎ নদীবান্ধ, নগা ফ্ৰেমৱৰ্ক চুক্তি আদিকে ধৰি জলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰখন নীৰৱ হৈ থকাৰ অভিযোগ তুলি দত্তই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ  চৰকাৰখনে পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি কয়।

দত্তই মহিলা সবলীকৰণ, এলপিজি সংযোগ আদি ক্ষেত্ৰত মোডী চৰকাৰক সমালোচনা কৰে। বাস্তৱিকতে কংগ্ৰেছে মহিলা সবলীকৰণৰ দিশত কাম কৰিছিল বুলি তেওঁ কয়। কংগ্ৰেছৰ শাসনকালত দেশৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰপতি পদত মহিলাক নিৰ্বাচিত কৰাৰ লগতে অধ্যক্ষ আৰু বহু ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে মহিলাক নিৰ্বাচিত কৰিছিল বুলি দত্তই ব্যক্ত কৰে।

অংকিতা দত্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাই ঘোষণা কৰে যে তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক শক্তি এতিয়াও শক্তিশালী। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে স্থানীয় সমস্যা আৰু ৰাইজৰ অভিযোগসমূহত গুৰুত্ব দিব বুলি দত্তই ব্যক্ত কৰে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd