অসম

হঠাৎ অসুস্থ অখিল গগৈঃ কাৰাগাৰত থকাৰ সময়ত আঁঠুৱা যোগান নধৰাৰ অভিযোগ ধৈৰ্য্য কোঁৱৰৰ

জেলৰ পৰা অহা ৪৮ ঘন্টা পাৰ নহওঁতেই কালি কৃষক নেতা অখিল গগৈ হঠাৎ অসুস্থ হৈ পৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ...

Read more

ৰঙালী মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী

ৰঙালী পৰ্যটন মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে গুৱাহাটী। এই মহোৎসৱখনি অহা ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে শ্ৰীমন্ত...

Read more

ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱজাতকৰ দুটাকৈ মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ দুটা ভিন্ন প্ৰান্তত দুটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি দিনৰ প্ৰায় ১১:৩০ বজাত মহানগৰীৰ ভূতনাথত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ...

Read more

জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ জয়পুৰৰ বুঢ়ীদিহিং নৈৰ পাৰত বৰ্ণিল কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজিত জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ আজি শুভাৰম্ভ কৰা হয়। জয়পুৰ বৰ্ষাৰণ্যৰ চহকী...

Read more

বজালীত বিধ্বংসী অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তি ভষ্মীভূত

যোৱা নিশা বজালীত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এখন চাহৰ দোকানত চিৰিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰা...

Read more

এন আৰ চি : পঞ্চায়তৰ নথিক সমৰ্থন নথি হিচাপে দাখিল কৰাসকলৰ নাম প্ৰথম খচৰাত নথকাৰ সম্ভাৱনা আনসকলতকৈ বেছি

এন আৰ চিৰ তথ্য চোৱাৰ উপায় সমূহ- পৰৱৰ্তী ৩৬ ঘণ্টাৰ ভিতৰত বহু চৰ্চিত তথা ৰাজ্যজুৰি এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা...

Read more

সাহিত্য সভাৰ নিৰ্বাচনৰ ভিতৰুৱা কথা : বহুতেই গম নাপায় সভাপতি হিচাপে নিজৰ নাম থকাৰ কথা

আজিৰ তাৰিখত ঘটা অসম সাহিত্য সভাৰ স্খলনৰ বিষয়ে নতুনকৈ জনাব লগীয়া একো নাই। কিন্তু শেহতীয়া সভাপতি নিৰ্বাচনৰ পিছত বিতৰ্কিত ব্যক্তিয়ে...

Read more

কোকৰাঝাৰৰ বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপৰ সফল সামৰণি: বিভিন্ন ঠাইৰ মুঠ ৪০০ খেলুৱৈৰ অংশগ্ৰহণ 

বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰত চলিত মাহৰ ২৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপ-২০১৭ প্ৰতিযোগিতাখনৰ শুকুৰবাৰে...

Read more

এন আৰ চিৰ প্ৰথমটো খচৰা : সৰ্বসাধাৰণৰ মাজত উৎকণ্ঠা নাই

মাত্ৰ ২৪ ঘণ্টাৰ পিছতে বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব যদিও এই অতি স্পৰ্শকাতৰ তথা ৰাজ্যখনত প্ৰবল আলোড়ন...

Read more
Page 5517 of 5596 1 5,516 5,517 5,518 5,596

Recent News