• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাজানত অৰুণাচলী সুৰা কঢ়িয়াই অনা ট্ৰাক জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 12:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পাৰ হৈ যোৱা নিশা কাৰ্বি আংলঙৰ বোকাজানত আবকাৰী বিভাগে অৰুণাচলী সুৰা কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে। জানিব পৰা মতে সুৰাভৰ্তি ট্ৰাকখনৰ চালকজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। জব্দ কৰা সুৰাখিনিৰ মূল্য কমেও ২০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে। ঘটনাটোৱে সকলো পক্ষকে আচৰিত কৰাৰ লগতে অৰুণাচলৰ পৰা সুৰা লৈ অহা ট্ৰাকখন কেনেকৈ শোণিতপুৰ, নুমলীগড় আদি স্থানৰ ক’তো ধৰা নপৰাকৈ পাৰ হৈ আহিব পাৰিলে এই প্ৰশ্ন উঠিছে।

জানিব পৰামতে আবকাৰী আয়ুক্তই ঘটনাটোত জড়িতসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। লগতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

Apply Now

উল্লেখযোগ্য যে যোৱা এমাহ মানৰ পূৰ্বে অৰুণাচলী সুৰাৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে উত্তৰ অসমত অভিযান চলাইছিল। অৰুণাচলৰ পৰা অহা কম দামৰ সুৰাৰ উত্তৰ অসমত বহুল প্ৰচলন আছে। এনে সুৰাই ৰাজ্য চৰকাৰক ৰাজহ লোকচানত পেলাইছে বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে।

আনহাতে সুৰাৰ অবৈধ ব্যৱসায়ীক সহায় কৰি কৰ ফাঁকিত জড়িত হৈ অহাৰ অভিযোগত ৰাজ্য চৰকাৰে ইতিপূৰ্বে আবকাৰী বিষয়া অমৰেন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd