• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : পঞ্চায়তৰ নথিক সমৰ্থন নথি হিচাপে দাখিল কৰাসকলৰ নাম প্ৰথম খচৰাত নথকাৰ সম্ভাৱনা আনসকলতকৈ বেছি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 6:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ তথ্য চোৱাৰ উপায় সমূহ-

পৰৱৰ্তী ৩৬ ঘণ্টাৰ ভিতৰত বহু চৰ্চিত তথা ৰাজ্যজুৰি এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পাব। উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশমতেই অহা ৩১ ডিচেম্বৰৰ মাজৰাতি সংশ্লিষ্ট ৱেবছাইটযোগে উপলব্ধ হ’ব উন্নীতকৃত এন আৰ চিৰ তথ্য। ইয়াৰ বাবে প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই কথা জনাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ে। সৰ্বসাধাৰণ লোক যাতে অযথা উৎকণ্ঠিত বা শংকিত নহয় তাৰ বাবে ইতিপূৰ্বে ৰাজ্য চৰকাৰে যথেষ্ট সজাগতামূলক বিজ্ঞাপন প্ৰচাৰ কৰিছে। আনহাতে এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে ৱেবছাইটৰ উপৰি আন পদ্ধতিৰেও জানিব পাৰিব নিজৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে। তলত সংশ্লিষ্ট ৱেবছাইকেইটাকে ধৰি এই পদ্ধতিকেইটা চমুকৈ দিয়া হ’ল –

Apply Now

১। ৱেবছাইটযোগে-

ৱেবছাইটকেইটা হ’ল-

www.nrcassam.nic.in ,

www.assam.mygov.in

www.assam.gov.in

www.homeandpolitical.assam.gov.in

২। SMS যোগে-

এছ এম এছ যোগে স্বয়ংক্ৰিয়ভাৱে নিজৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে জানিবলৈ ৩১ ডিচেম্বৰৰ পূৰ্বেই নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব।

নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ কি কৰিব?

  • নিজৰ ম’বাইল নম্বৰৰ পৰা 9765556555 লৈ এটা SMS প্ৰেৰণ কৰিব লাগিব।

কি বুলি SMS প্ৰেৰণ কৰিব?

  • প্ৰথমে ARN লিখক আৰু এটা space দিয়ক। তাৰ পিছত আপোনাৰ Application Receipt Number টো লিখক।

(উদাহৰণ হিচাপে এজন মানুহৰ তেওঁ এন আৰ চিৰ ফৰ্ম পূৰাই জমা দিয়াৰ সময়ত পোৱা Application Receipt Number টো হ’ল :  10185672190000087961. এতিয়া তেওঁ এছ এম এছটো লিখিব এনেকৈ : ARN 10185672190000087961 আৰু সেইটো 9765556555 প্ৰেৰণ কৰিব।)

এইদৰে নিজৰ ম’বাইল নম্বৰ পূৰ্বপঞ্জীয়ন কৰি ৰাখিলে অহা ৩১ ডিচেম্বৰৰ মাজ নিশাৰ পিছত আপোনালৈ নিজে নিজে SMS আহিব। (অৱশ্যে যদি আপোনাৰ ম’বাইলৰ DND (Do not disturb) এক্টিভ কৰা আছে তেতিয়া নাহিব পাৰে।)।

আনহাতে নিজৰ ম’বাইল নম্বৰ পূৰ্ব পঞ্জীয়ন নকৰাকৈও SMS যোগে এন আৰ চিৰ তথ্য পাব পাৰে।

তাৰ বাবে তলত দিয়াৰ দৰে কৰক-

  • প্ৰথমে ARN লিখক আৰু এটা space দিয়ক। তাৰ পিছত আপোনাৰ Application Receipt Number টো লিখক।

(উদাহৰণ হিচাপে এজন মানুহৰ তেওঁ এন আৰ চিৰ ফৰ্ম পূৰাই জমা দিয়াৰ সময়ত পোৱা Application Receipt Number টো হ’ল :  10185672190000087961. এতিয়া তেওঁ এছ এম এছটো লিখিব এনেকৈ : ARN 10185672190000087961)

  • এতিয়া সেইটো 9765556555 প্ৰেৰণ কৰক। বিনিময়ত আপুনি SMS যোগে এন আৰ চিৰ তথ্য বহন কৰা উত্তৰ পাব।

৩। সেৱাকেন্দ্ৰলৈ গৈ

ওপৰৰ পদ্ধতি দুটাৰ উপৰি এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰতো এই তথ্য উপলব্ধ হ’ব। সেৱাকেন্দ্ৰবোৰত থকা কৰ্মচাৰীক লগ কৰি পঞ্জীয়ন বহীত নিজৰ নাম চাব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১ জানুৱাৰিৰৰ দিনা পুৱা ৮ বজাৰ পৰা ৪ বজালৈ সেৱাকেন্দ্ৰবোৰ আৰু তাৰ পিছৰ পৰা, অৰ্থাৎ ২ জানুৱাৰিৰ পৰা ১০ বজাৰ পৰা ৪ বজালৈ এইবোৰ খোলা থাকিব। এই কেন্দ্ৰবোৰত ৩১ জানুৱাৰিলৈকে এই সেৱা উপলব্ধি হ’ব।

প্ৰথমখন খচৰাত নিজৰ নাম নাপালে কি কৰিব?

এন আৰ চিৰ কৰ্তৃপক্ষই nenow.in ক জনোৱা মতে কোনো ভাৰতীয় নাগৰিকে নিজৰ নাম প্ৰথমখন খচৰাত বিচাৰি নাপালেও চিন্তিত হ’ব নালাগে। এনেকুৱা পৰিস্থিতিত তেওঁলোকে দ্বিতীয়খন খচৰা প্ৰকাশ পোৱালৈ ৰ’ব লাগিব বুলি জনাইছে।

দ্বিতীয় খচৰাতো নিজৰ নাম নাপালে কি কৰিব?

দ্বিতীয় খচৰাতো কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম নাথাকিলে-

১। এন আৰ চি কৰ্তৃপক্ষৰ পৰা claim form সংগ্ৰহ কৰিব লাগিব।

২। দ্বিতীয় খচৰা প্ৰকাশ পোৱাৰ ৩০ দিনৰ ভিতৰত উপযুক্ত তথ্যপাতি সহ সেইখন পুনৰ জমা দিব লাগিব।

এইখিনি কথা এন আৰ চি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে। এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে সমৰ্থন-নথি হিচাপে পঞ্চায়তৰ নথি দিয়া সকলৰ নাম নথকাৰ সম্ভাৱনা বেছি। উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ পূৰ্বে সেইবোৰ নথি অগ্ৰহণীয় বুলি বিবেচনা কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰায়টো দিয়াৰ পিছত সেইবোৰক বৈধ নথি হিচাপে ধৰা হৈছে আৰু দ্বিতীয় খচৰাত সেইসকলৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

আনহাতে দ্বিতীয় তথা অন্তিম খচৰাখন কেতিয়া প্ৰকাশ কৰা হ’ব সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ত অহা ২০ জানুৱাৰিৰ শুনানি হোৱাৰ কথা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd