উত্তৰ-পূব

সন্তানে একো কথা নুশুনে? এই ৫ টা লক্ষণ দেখা পালেই সাৱধান হওক, জানি লওক

প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক অনুশাসনশীল হোৱাটো বিচাৰে। তাৰ বাবে শিশুটিক বহুত শিকোৱাও হয়। শিশুসকলে গোটেই জীৱন এই শিক্ষা মানি চলে।...

Read moreDetails

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- এই ভোগালীতে

এই ভোগালীতে শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভৰালত৷ আউলি-বাউলি হোৱা বতাহৰ বিননিত শুই থকা...

Read moreDetails

মহাকুম্ভত স্নান কৰাৰ সময়তে অঘটন! পানীত নামোতেই হৃদৰোগত আক্ৰান্ত; মৃত্যু NCP নেতাৰ

মহাকুম্ভত স্নান কৰিবলৈ গৈছিল। কিন্তু কোনে জানিছিল যে পবিত্ৰ স্নান কৰিবলৈ গৈ ইমান ডাঙৰ অঘটন ঘটিব? স্নান কৰিবলৈ পানীত নমাৰ...

Read moreDetails

আজি ভাৰতীয় সেনা দিৱস; কিয় প্ৰতি বছৰে ১৫ জানুৱাৰীত পালন কৰা হয় এই দিৱস? জানি লওক ইতিহাস

সমগ্ৰ দেশতে আজি ৭৭তম ভাৰতীয় সেনা দিৱস উদযাপন কৰা হৈছে। ১ জানুৱাৰীত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰিছিল যে...

Read moreDetails

যোগাৰ নহ’ল ৩০ টকাও, জেগা নাপাই হস্পিতালৰ বাহিৰতে কটালে তিনি ৰাতি; ঠাণ্ডাতে মৃত্যু যুৱকৰ

কৰ্ণাটকৰ মহীশূৰ জিলাৰ এখন চিকিৎসালয়ৰ বাহিৰত টোপনিতে মৃত্যু হয় শিৱগোপলাইয়া নামৰ এজন ৩৫ বছৰীয়া যুৱকৰ। চিকিৎসালয়ৰ ডৰমিটৰিত থকাৰ বাবে প্ৰয়োজনীয়...

Read moreDetails

হাৰিয়ানা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ! এজাহাৰত গায়ক ৰকি মিট্টালৰো নাম

হাৰিয়ানা বিজেপিৰ সভাপতি মোহনলাল বাদোলী আৰু গায়ক ৰকি মিট্টালৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগত হিমাচল প্ৰদেশ আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। নতুন...

Read moreDetails

উত্তাল দক্ষিণ কোৰিয়া! অৱশেষত সকলো বাধা নেওচি ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰিলে সেনা-আৰক্ষীয়ে

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-য়েওলক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা প্ৰায় ৭ বজাত নিৰাপত্তাবাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ...

Read moreDetails

সদায় খোজ কাঢ়িলে কঁকালৰ বিষ উপশম হয়! জানক কঁকালৰ তীব্ৰ বিষ কমোৱাৰ ফলপ্ৰসূ উপায়

আমি সকলোৱে জানো যে খোজ কঢ়াটো শৰীৰৰ বাবে উপকাৰী। কিন্তু সদায় খোজ কাঢ়িলে কঁকালৰ বিষৰ পৰা উপশম পোৱা যায় বুলি...

Read moreDetails

‘বুমৰাহৰ বিৰুদ্ধে খেলিলে ব্ৰেডমেনৰ গড়ো কমি গ’লহেঁতেন’; বিৰাট দাবী এডাম গ্ৰীলখ্ৰীষ্টৰ

ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহৰ বাবে ২০২৪ চনটো এটা সপোনৰ বছৰ আছিল। দেশতেই হওক বা বিদেশতেই হওক, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ঘৰুৱা...

Read moreDetails

লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জুকাৰবাৰ্গৰ চাঞ্চল্যকৰ দাবী; উৰুৱাই দিলে মোডীৰ মন্ত্ৰীয়ে

২০২৪ চনৰ নিৰ্বাচনত ভাৰতকে ধৰি অধিকাংশ দেশৰ শাসকীয় চৰকাৰে পৰাস্ত হৈছে। ফেচবুকৰ প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে যোৱা শুকুৰবাৰে...

Read moreDetails
Page 127 of 2565 1 126 127 128 2,565

Stay Connected

Recent News