• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জুকাৰবাৰ্গৰ চাঞ্চল্যকৰ দাবী; উৰুৱাই দিলে মোডীৰ মন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2025 12:27 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ নিৰ্বাচনত ভাৰতকে ধৰি অধিকাংশ দেশৰ শাসকীয় চৰকাৰে পৰাস্ত হৈছে। ফেচবুকৰ প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে যোৱা শুকুৰবাৰে জো ৰ’গানৰ জনপ্ৰিয় প’ডকাষ্ট চেনেলত দিয়া এক সাক্ষাৎকাৰত এই দাবী কৰে। ইয়াৰ বাবে তেওঁ ক’ৰ’না কালত ৰাজহুৱা সেৱা আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিকে দায়ী কৰিছিল।

ইয়াকে লৈ ভাৰতীয় ৰাজনীতিত তোলপাৰ লাগে। অৱশেষত এই সন্দৰ্ভত মুখ খোলে কেন্দ্ৰীয় মন্ত্ৰী ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে জুকাৰবাৰ্গৰ মন্তব্য “প্ৰকৃতে ভুল আৰু হতাশাজনক”।

Apply Now

মাৰ্ক জুকাৰবাৰ্গে দৰাচলতে কি কৈছিল? প’ডকাষ্টৰ এক সাক্ষাৎকাৰত মেটাৰ মুৰব্বীগৰাকীয়ে কয়, “২০২৪ সমগ্ৰ বিশ্বতে নিৰ্বাচনী বছৰ আছিল আৰু আন বহু ডাঙৰ দেশৰ লগতে ভাৰততো নিৰ্বাচন হৈছিল। ইয়াত বৰ্তমানৰ ক্ষমতাসীনসকলে মূলতঃ প্রতিটো নির্বাচনতে পৰাস্ত হৈছে। আচলতে কোভিড কালত অৰ্থনৈতিক নীতিৰ বাবেই হওক বা কোভিড মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদ্ধতিৰ বাবেই হওক – বিশ্বজুৰি ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে।”

জুকাৰবাৰ্গৰ এই বিস্ফোৰক মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। তেওঁ ফেচবুকৰ প্ৰতিষ্ঠাপকজনৰ এই মন্তব্যক “বাস্তৱিকতে ভুল” বুলি অভিহিত কৰে। এক্স-হেণ্ডেলৰ পোষ্টটোত তেওঁ লিখিছে, “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতত ৬৪ কোটিৰো অধিক ভোটাৰক লৈ ২০২৪ চনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ভাৰতৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডি এৰ ওপৰত তেওঁলোকৰ আস্থা ৰাখিছে। আচলতে ৮০ কোটি ডলাৰৰ বিনামূলীয়া খাদ্য, ২.২ বিলিয়ন ডলাৰৰ বিনামূলীয়া ভেকচিন আৰু সমগ্ৰ বিশ্বৰ দেশসমূহক সাহায্য প্ৰদান কৰি ভাৰতক দ্ৰুতগতিত বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ জয় সুশাসন আৰু জনসাধাৰণৰ আস্থাৰ প্ৰমান। জুকাৰবাৰ্গৰ এনে ভুল তথ্য হতাশাজনক। আহক আমি তথ্য আৰু বিশ্বাসযোগ্যতা বজাই ৰাখোঁ।”

As the world’s largest democracy, India conducted the 2024 elections with over 640 million voters. People of India reaffirmed their trust in NDA led by PM @narendramodi Ji’s leadership.

Mr. Zuckerberg’s claim that most incumbent governments, including India in 2024 elections,…

— Ashwini Vaishnaw (@AshwiniVaishnaw) January 13, 2025

অনুমান কৰা হৈছে যে জুকাৰবাৰ্গে হয়তো আমেৰিকাৰ ভৱিষ্যত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ এনে মন্তব্য কৰিছে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মেটা নেতাগৰাকীৰ এই পদক্ষেপক সঁচাকৈয়ে লজ্জাজনক বুলি অভিহিত কৰিছে। তেওঁৰ সতৰ্কবাণী: যদি টেক জায়ান্টসকলে নিজৰ নীতি আন দেশৰ ওপৰত জোৰকৈ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ বিধ্বংসী পৰিণতি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd