কাইলৈৰ পৰা আৰম্ভ অসমৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাঃ ৩ লাখৰো অধিক পৰীক্ষাৰ্থী হ’ব অৱতীৰ্ণ
কাইলৈৰ পৰা আৰম্ভ হ’ব ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, সমগ্ৰ ৰাজ্যতে মুঠ ৩,০৬,৯২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে...
Read more