• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহৰ মগজুতো জমা হৈছে মাইক্ৰ’প্লাষ্টিক? পৰিমাণ দেখি শিয়ৰি উঠিল বিজ্ঞানীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 2:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ মগজুতো ক্ৰমান্বয়ে জমা হৈ পৰিছে মাইক্ৰ’প্লাষ্টিক। ইউনিভাৰ্চিটি অৱ নিউ মেক্সিকো হেল্থৰ বিজ্ঞানীসকলে এই কথা দাবী কৰিছে। গৱেষকসকলে দাবী কৰিছে যে ২০১৬ চনত মানুহৰ মগজুৰ কলাত পোৱা প্লাষ্টিক কণিকাৰ পৰিমাণ ২০২৪ চনত প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে, যিটো চিন্তাৰ বিষয়।

গৱেষকসকলে লগতে দাবী কৰিছে যে মগজুত জমা হোৱা প্লাষ্টিকৰ কণাবোৰে স্মৃতিশক্তি হেৰুৱা, এলঝেইমাৰকে ধৰি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

Apply Now

‘নেচাৰ মেডিচিন’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণাৰ খবৰ। টক্সিকোলজিষ্ট মেথিউ কেম্পেনে কয় যে এই অধ্যয়নত অংশগ্ৰহণ কৰা বেছিভাগ লোকৰ মগজুত কমেও ৭ গ্ৰাম মাইক্ৰ’প্লাষ্টিক পোৱা গৈছিল। ইয়াৰে কিছুমানৰ শৰীৰত পোৱা গৈছে পেট প্লাষ্টিক, যিটো পানীৰ বটল বনাবলৈ ব্যৱহাৰ কৰা হয়, আন কিছুমানৰ শৰীৰত পোৱা গৈছে খাদ্যৰ পাত্ৰত ব্যৱহাৰ কৰা পলিষ্টাইৰিন। সৰু সৰু প্লাষ্টিকৰ কেৰী বেগ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা পলিইথাইলিন একাংশ লোকৰ মগজুত পোৱা গৈছে।

কিছুমান মানুহৰ মগজুত দুই-তিনি প্ৰকাৰৰ প্লাষ্টিক কণাও পোৱা গৈছে। ডিমেনচিয়া বা স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত এনে ১২ জন প্ৰাপ্তবয়স্কৰ মগজুত পোৱা প্লাষ্টিকৰ কণিকাৰ পৰিমাণ আছিল আচৰিত ধৰণৰ। গৱেষকসকলে কয় যে এই লোকসকলৰ মগজুত জমা হোৱা প্লাষ্টিকৰ পৰিমাণ স্বাভাৱিক লোকৰ মগজুতকৈ প্ৰায় ১০ গুণ বেছি।

যদি মাইক্ৰ’প্লাষ্টিক দেহত প্ৰৱেশ কৰি দিনক দিনে তেজৰ লগত মিহলি হয় তেন্তে ই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। যেতিয়া প্লাষ্টিক তেজৰ লগত মিহলি হয় তেতিয়া ই ইনচুলিন নিঃসৰণত প্ৰভাৱ পেলায়। যিটো পিছলৈ ডায়েবেটিছৰ কাৰণ হ’ব পাৰে। কেৱল সেয়াই নহয়, প্লাষ্টিকে শৰীৰৰ হৰম’নৰ ভাৰসাম্যও সলনি কৰিব পাৰে। শৰীৰত অত্যধিক প্লাষ্টিকৰ কণা জমা হ’লে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়। ই মহিলাৰ বিভিন্ন হৰম’নৰ নিঃসৰণ বন্ধ কৰে আৰু মগজুত জমা হ’লে ই বিভিন্ন স্নায়ুজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd