উত্তৰ-পূব

মিলিন্দ সুমনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে অংকিতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ছবি

মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক তথা ফিটনেছ প্ৰম’টাৰ মিলিন্দ সুমনে তেওঁৰ প্ৰেমিকা গুৱাহাটীৰ এগৰাকী বিমান পৰিচাৰিকা অংকিতা কোঁৱৰৰ সৈতে উঠা কিছু...

Read moreDetails

ত্ৰিপুৰাত মহিলাৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগৰ ঘটনা

ত্ৰিপুৰাৰ স্বাস্থ্যমন্ত্ৰী সুদীপ ৰায় বৰ্মনে ৰাজ্যখনৰ জনসাধাৰণক, বিশেষকৈ মহিলাসকলক কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে তেওঁলোকৰ জীৱন প্ৰণালী সলনি কৰিবলৈ আহ্বান জনাইছে।...

Read moreDetails

গৃহ বিভাগৰ সেউজ সংকেত : লোকসেৱা আয়োগৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হ’ব আৰু অধিক বিষয়া

অসম লোকসেৱা আয়োগৰ উৎকোচৰ বিনিময়ত চাকৰি লোৱা কেলেংকাৰীত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু আয়োগৰ অধীনৰ অন্যান্য সেৱাৰ বিষয়া...

Read moreDetails

বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীক চাৰিদিনৰ আৰক্ষী জিম্মালৈ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্যপ্ৰাণী চোৰাং সৰবৰাহকাৰী প্ৰদীপ কুমাৰক দেওবাৰে এখন বিশেষ আদালতে চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ দাঁতিকাষৰীয়া যোৰাবাটত...

Read moreDetails

কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰৰ নামনিত আৰম্ভ হৈছে ঐতিহাসিক অশোকাষ্টমী মেলা

কলিয়াবৰৰ শিলঘাটত ঐতিহাসিক অশোকষ্টমী মেলা যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছে। এই মেলা অহা ৩০ মাৰ্চলৈকে চলিব। প্ৰবাদ আছে যে...

Read moreDetails

সুদীপ্ত সেনক গুৱাহাটীলৈ : উন্মোচিত হ’ব পাৰে সাৰদা কেলেংকাৰিৰ নতুন দিশ

বহুকোটিটকীয়া সাৰদা কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেনক গুৱাহাটীলৈ অনাটোৱে খুলি দিব পাৰে ‘পেন্দ’ৰাৰ বাকচ’। ২০১৩ চনৰ এপ্ৰিলত পতন হোৱাৰ পূৰ্বে...

Read moreDetails

কৰিমগঞ্জৰ ষাঠিৰোৰ্ধ্বৰ নিৰক্ষৰ ৰিক্সাচালক আহমেদ আলীয়ে পাতিলে ন খনকৈ বিদ্যালয়; সঁচানে জানিবলৈ আৰক্ষী অধীক্ষকক ফ’ন প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ

আত্মকেন্দ্ৰিকতাই চৌপাশ আৱৰি ধৰাৰ পৰত বয়সৰ লেখেৰে ষাঠিৰ ঊৰ্ধ্বৰ আহমেদ আলী নামৰ কৰিমগঞ্জ পাথাৰকান্দিৰ এজন নিৰক্ষৰ ৰিক্সাচালকে বিৰল দৃষ্টান্তৰে নিজা...

Read moreDetails

মণিপুৰত বিজেপি চৰকাৰে দিয়া নাই সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা : ধৰ্মঘটত চৰকাৰী কৰ্মচাৰী

৭ম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত দেওবাৰে নিৰ্দিষ্ট সময়সীমা দাবী কৰিছে যোৱা এসপ্তাহ ধৰি ধৰ্মঘট কৰি থকা মণিপুৰ ৰাজ্যৰ...

Read moreDetails

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতালৈ ছিকিম এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ ন জনীয়া দল

জম্মুত ২৭ৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব লগা ১৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতা ২০১৮ত ভাগ ল’বলৈ দেওবাৰে ছিকিম...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড় গণনা; চলিব ২৮ মাৰ্চলৈকে

আজি ২৫ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৩ সংখ্যক গঁড় গণনা কাৰ্য্যসূচী৷ কাজিৰঙাৰ কহঁৰা ৰে’ঞ্জৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ...

Read moreDetails
Page 2495 of 2567 1 2,494 2,495 2,496 2,567

Stay Connected

Recent News